ETV Bharat / state

হোজাইৰ ২৭ নং কাকী (মুক্ত) সমষ্টিৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

author img

By

Published : Dec 4, 2020, 9:35 AM IST

হোজাই জিলাৰ ২৭ নং কাকী (মুক্ত) সমষ্টিৰ নিৰ্বাচনৰ বাবে চূড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ । ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বিজুমনি বৰদলৈ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীক চূড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয় ৷

Hojai 27th Kaki constituency
হোজাইৰ ২৭ নং কাকী (মুক্ত) সমষ্টিৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

হোজাই, 4 ডিচেম্বৰ : অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া তিৱা স্বায়ত্ব শাসিত পৰিষদৰ হোজাই জিলাৰ 27 নং কাকী (মুক্ত) সমষ্টিৰ নিৰ্বাচনৰ বাবে চূড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ৷ 27 নং কাকী (মুক্ত) সমষ্টিৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মুঠ দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল ।

বৃহস্পতিবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত কোনো এজন প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰে ৷ ফলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বিজুমনি বৰদলৈ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীক চূড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয় ৷

মহকুমা তথ্য আৰু জনসংযোগ বিষয়া, হোজাই শংকৰদেৱ নগৰৰ পৰা প্ৰেছ বাৰ্তাৰ জৰিয়তে জানিবলৈ দিয়া হয় এই তথ্য ৷

লগতে পঢ়ক : পুনৰ পৰ্যটকৰ আগমণ ঘটিছে বিশ্বনাথৰ গুপ্তকাশীলৈ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.