ETV Bharat / state

গোলাঘাটত আজমলৰ পুত্তলিকা দাহ ছাত্ৰ মুক্তিৰ

author img

By

Published : Oct 9, 2020, 10:03 PM IST

আজমলৰ সভাত আৰৱী ভাষাৰ বেনাৰ ব্যৱহাৰৰ বিৰুদ্ধে সৰৱ গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ আজমলৰ পুত্তলিকা দাহ কৰাৰ লগতে আজমল বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

Satra Mukti Sangram Samiti protest against Ajamal in Golaghat
গোলাঘাটত আজমলৰ পুত্তলিকা দাহ ছাত্ৰ মুক্তিৰ

গোলাঘাট,9 অক্টোবৰ : শুকুৰবাৰে গোলাঘাটত AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ আজমলে গোৱালপাৰাত অংশগ্ৰহণ কৰা এখন সভাত আৰৱী ভাষাৰ বেনাৰ ব্যৱহাৰক লৈ সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি ৷

ছাত্ৰ মুক্তিৰ সদস্যসকলে অসমত অসমীয়া ভাষা ব্যৱহাৰ কৰিবই লাগিব,বদৰুদ্দিন আজমল মূৰ্দাবাদ,আজমল হায় হায় আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

লগতে পঢ়ক: ন-সত্ৰৰ সেৱাশ্ৰমত পানী যোগান আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.