ETV Bharat / state

গোলাঘাটৰ বকিয়াল চাহ বাগিচাৰ দুই কৰ্মীক আইচোলেছনত ৰাখি নিৰীক্ষণ

author img

By

Published : Mar 21, 2020, 9:49 PM IST

গোলাঘাটৰ বকিয়াল চাহ বাগিচাত কেৰেলা আৰু ৰাজস্থান পৰা উভতি অহা ২ জন শ্ৰমিকক আইচোলেছনত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ কেৰেলা আৰু ৰাজস্থানৰ পৰা উভতি অহা ৭ জন শ্রমিকৰ ভিতৰত ২ জন কিছুপৰিমাণে অসুস্থ ৷

Golaghat Bokiyal tea garden corona terror
গোলাঘাটৰ বকিয়াল চাহ বাগিচাৰ দুই কৰ্মীক আইচোলেছনত ৰাখি নিৰীক্ষণ

গোলাঘাট,21 মাৰ্চঃ দেশজুৰি বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ আতংক ৷ সমান্তৰালকৈ অসমৰ সকলো জিলাত কৰ’ণাৰ বাবে গ্ৰহণ কৰা হৈছে কিছুমান বিশেষ ব্যৱস্থা ৷ ইয়াৰ মাজতেই গোলাঘাটৰ বকিয়াল চাহ বাগিচাত কেৰেলা আৰু ৰাজস্থান পৰা উভতি অহা ২ জন শ্ৰমিকক আইচোলেছনত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ কেৰেলা আৰু ৰাজস্থানৰ বিভিন্ন কোম্পানীৰ কামত নিয়োজিত থকা ৭ জন শ্ৰমিক ঘৰলৈ উভতি অহাৰ পিছতেই শ্ৰমিক কেইজনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে বকিয়াল চাহ বাগিচাৰ পৰিচালকে ৷

উল্লেখ্য যে, কেৰেলা আৰু ৰাজস্থানৰ পৰা উভতি অহা ৭ জন শ্রমিকৰ ভিতৰত ২ জন কিছুপৰিমাণে অসুস্থ ৷ যাৰ বাবে বৰ্তমান গোলাঘাট অসামৰিক চিকিৎসালয়ৰ তত্বাৱধানত চাহ বাগিচাখনৰ চিকিৎসালয়ৰ আছুতীয়া কক্ষত নিৰীক্ষণ কৰি থকা হৈছে শ্ৰমিক দুজনক ৷ \

লগতে পঢ়ক-একাপ চাহে আপোনাক সহায় কৰিব পাৰে কৰ'ণা ভাইৰাছ প্ৰতিৰোধত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.