ETV Bharat / state

ৰাজপথত টেট শিক্ষক

কৰি নিয়মীয়াকৰণৰ লগতে কেইবাটাও দাবীৰে বৃহস্পতিবাৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে ৰাজ্যজুৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী শিক্ষকসকলে ৷

গোৱালপাৰাত টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদ
author img

By

Published : Mar 7, 2019, 5:19 PM IST

গোৱালপাৰা,7 মাৰ্চঃ গোৱালপাৰা জিলা টেট শিক্ষক সমিতিৰ প্ৰায় তিনি শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । বিভিন্ন শ্লোগানেৰে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে টেট শিক্ষকসকলে ।

গোৱালপাৰাত টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদ

উল্লেখ্য যে চাকৰি নিয়মীয়াকৰণৰ লগতে কেইবাটাও দাবীৰে বৃহস্পতিবাৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে ৰাজ্যজুৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী শিক্ষকসকলে ৷

Anchor:- সদৌ অসম প্ৰাথমিক টেট শিক্ষক সমাজৰ আহ্বানত ঠিকাভিত্তিক টেট শিক্ষক সকলে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী উলিয়াই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

V O:-গোৱালপাৰা জিলা টেট শিক্ষক সমিতিৰ দ্বাৰা টেট শিক্ষক সকলে প্ৰায় তিনি শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে বৃহস্পতি বাৰে দুপৰীয়া এক প্ৰতিবাদী কাৰ্যসূচী উলিয়াই।বিভিন্ন শ্লোগানেৰে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে টেট শিক্ষক সকলে।শিক্ষক সকলৰ সুবিধাসমূহ আদায় দিয়ক, No Regular No rest, শিক্ষকৰ ওপৰত অনবৰতে চাপ সৃষ্টি বন্ধ কৰক, বকেয়া ধন শীঘ্ৰে আদায় দিয়ক, টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰণ কৰক আদি ধ্বনিৰে উত্তাল কৰি তোলে উপায়ুক্তৰ কাৰ্যালয় চৌহদ।জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰি তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবলৈ দাবী জনায়।বিনাচৰ্তে চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে শিক্ষক সকলৰ সমস্যা সমাধানৰ দাবী কৰে এই স্মাৰক পত্ৰৰ জৰিয়তে।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম,ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.