ETV Bharat / state

হাফলঙত লক ডাউন ভংগ ৰাইজৰ: অসহায় আৰক্ষী

author img

By

Published : Jul 6, 2020, 9:12 PM IST

Covid 19 ৰ ভয়াৱহতা আৰু গণ সংক্ৰমণৰ আশংকাত সোমবাৰৰ পৰা 14 দিনীয়া লক ডাউন ঘোষণা কৰা হৈছিল ডিমা হাছাওত ৷ কিন্তু প্ৰথম দিনটোতে হাফলঙত একাংশ ৰাইজে ভংগ কৰে লক ডাউন । ৰাইজৰ এই স্থিতিৰ বাবে অসহায় হৈ পৰে আৰক্ষী ৷

Lock down broken by public in dima hasao assam etv bharat news
হাফলঙত লক ডাউন ভংগ ৰাইজৰ

ডিমা হাছাও,6 জুলাই: ডিমা হাছাওত ঘোষণা কৰা 14 দিনীয়া লক ডাউনৰ সোমবাৰে প্ৰথম দিন ৷ জিলা প্ৰশাসনে এই সময়ছোৱাত সোমবাৰ,বুধবাৰ আৰু শুক্ৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ 30 শতাংশ দোকান দিনৰ 11 বজাৰ পৰা বিয়লি 4 বজালৈ খোলা ৰখাৰ নিৰ্দেশ প্ৰদান কৰে ৷ কিন্তু লক ডাউনৰ প্ৰথম দিনটোতেই প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি ৰাইজ ওলাই আহি বজাৰ কৰাত ব্যস্ত হৈ পৰে ৷ কিয়নো শনিবাৰ আৰু দেওবাৰে জাৰি কৰা সাপ্তাহিক লক ডাউনৰ পিছত পুনৰ জিলাখনত সোমবাৰৰ পৰা আৰম্ভ হৈছিল 14 দিনীয়া লক্ ডাউন ৷

হাফলঙত লক ডাউন ভংগ ৰাইজৰ

ইফালে ৰাইজৰ এই ভূমিকাত নিৰূপায় হৈ পৰে কৰ্তব্যৰত আৰক্ষী ৷ কিন্তু লক ডাউন ভংগ কৰি ওলাই অহা বহুকেইখন বাহন আৰক্ষীয়ে জব্দ কৰি থানালৈ লৈ যায় ৷

লগতে চাওকঃ ঘোৰা গাড়ীত উঠি অভিনৱ প্ৰতিবাদ ৰিপুণ বৰাৰ

For All Latest Updates

TAGGED:

Covid 19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.