ETV Bharat / state

Death body recovered in Dima Hasao: দিয়ুং নৈত মৃতদেহ উদ্ধাৰ

author img

By

Published : Jul 9, 2022, 1:24 PM IST

ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত অঘটন। হাফলঙৰ সমীপৰ দিয়ুং নৈত এজন লোকৰ মৃতদেহ উদ্ধাৰ(Death body recovered Halflong in Dima Hasao)।

Death body recovered in Dima Hasao
দিয়ুং নৈত মৃতদেহ উদ্ধাৰ

ডিমা হাছাও,৯ জুলাই: ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ সমীপৰ দিয়ুং নৈত শনিবাৰে পুৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ হয় (Death body recovered Halflong in Dima Hasao)। জিলাখনৰ দিয়ুং নৈৰ পৰা উদ্ধাৰ হোৱা লোকজন নিম্ন হাফলংৰ কাশিপুৰ গাঁৱৰ চনীলাল গিৰী বুলি জানিব পৰা গৈছে।

dima hasao
চনীলাল গিৰী

লোকজন যোৱা 8 জুলাই দুপৰীয়া ১২.৩০ বজাৰ পৰা সন্ধানহীন হৈ আছিল বুলি সদৰি কৰিছে পৰিয়ালৰ লোকে। কিন্তু দুদিনৰ পৰা সন্ধানহীন হৈ থকাৰ পিছতে শনিবাৰে পুৱা কেইগৰাকীমান লোকে এটা মৃতদেহ দিয়ুং নৈত ওপঙি থকা প্ৰত্য়ক্ষ কৰে(Diung river in Dima Hasao)। ইয়াৰ পাছতেই লোককেইগৰাকীয়ে আৰক্ষীক খবৰ দিয়ে। তাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক:etv comment image Thumbnail image গৃহমন্ত্ৰীক সাক্ষাৎ কৰি বান পৰিস্থিতি অৱগত কৰিলে মুখ্য়মন্ত্ৰীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.