ETV Bharat / state

ড৹ নগেন শইকীয়ালৈ সাহিত্য অকাডেমীৰ ফেলশ্বিপ

ড৹ নগেন শইকীয়ালৈ সাহিত্য অকাডেমিৰ ফেল’শ্বিপ সন্মান ৷ সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সাহিত্য অকাডেমিৰ সৰ্বোচ্চ সন্মান ‘সাহিত্য অকাডেমি ফেল’শ্বিপ’ বঁটা প্ৰদান ৷ এই সন্মানক লৈ স্বাভাৱিকতেই উৎফুল্লিত অসমৰ সাহিত্য সমাজ ৷

ড৹ নগেন শইকীয়ালৈ সাহিত্য অকাডেমীৰ ফেলশ্বিপ
author img

By

Published : Sep 7, 2019, 11:24 PM IST

ডিব্ৰুগড়, 7 ছেপ্তেম্বৰঃ বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়ালৈ সাহিত্য অকাডেমিৰ ফেল’শ্বিপ সন্মান ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জেষ্ঠ সাহিত্যিক ড৹ নগেন শইকীয়ালৈ সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সাহিত্য অকাডেমিৰ সৰ্বোচ্চ সন্মান ‘সাহিত্য অকাডেমি ফেল’শ্বিপ’ বঁটা প্ৰদান কৰা হয় ৷ এইচ.এচ.কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত সাহিত্য অকাডেমিৰ সচিব শ্ৰীনিৱাসৰাও সন্মানপত্ৰ পাঠ কৰাৰ পিছতে ফেল’শ্বিপ বটাঁ প্ৰদান কৰে সাহিত্য অকাডেমিৰ সভাপতি চন্দ্ৰশেখৰ কম্বৰে ৷ বটাঁ গ্ৰহণ কৰি সাহিত্যিকজনে নিজৰ অনুভৱ ব্যক্ত কৰে ৷ উল্লেখ্য যে, 1997 চনতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ড৹ নগেন শইকীয়াই ৷ এই সন্মানক লৈ স্বাভাৱিকতেই উৎফুল্লিত অসমৰ সাহিত্য সমাজ ৷

Intro:বিশিষ্ট সাহিত্যিক তথা বিদগ্ধ পণ্ডিত ড০ নগেন শইকীয়ালৈ সাহিত্য অকাডেমিৰ ফেলোশ্বিপ সন্মান ।

Body:

V. O. - বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়ালৈ সাহিত্য অকাডেমিৰ সৰ্বোচ্চ সন্মান ‘সাহিত্য অকাডেমি ফেলশ্বিপ’’  প্ৰদান কৰা হয় । সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই সাহিত্য অকাডেমিয়ে এই সন্মান প্ৰদান কৰে । এই উদ্দেশ্যে , বিয়লি এইচ এচ কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত হয় বটাঁ   প্ৰদান অনুষ্ঠান । সাহিত্য অকাডেমিৰ সচিব কে শ্ৰীনিৱাসৰাও সন্মানপত্ৰ পাঠ কৰাৰ পিছতে ফেলোশ্বিপ বটাঁ প্ৰদান কৰে সাহিত্য অকাডেমি ৰ সভাপতি চন্দ্ৰশেষৰ কম্বৰে । বটাঁ লাভ কৰাৰ পিছত বিশিষ্ট গৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে ।১৯৯৭ চনতে সাহিত্য অকাডেমি বঁটা লাভ  কৰা এইগৰাকী বিশিষ্ট সাহিত্যিকে এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে ‘সাহিত্য অকাডেমি ফেলশ্বিপ’ ।

Byte: নগেন শয়কীয়া

ইফালে সাহিত্য অকাডেমীয়ে ক'লে তেওঁৰ দৰে এজন ব্যক্তিক এই সন্মান জনাই সাহিত্য অকাডেমী অনুষ্ঠানটো নিজেই ধন্য হৈছে।
তেওঁ অসমৰ নহয় ভাৰতৰ সাহিত্যিক।

Byte: বিষয়ববীয়া সাহিত্য অকাডেমী

ইফালে এই সন্মানক লৈ স্বাভাৱিকতেই উৎফুল্লিত অসমৰ সাহিত্য সমাজ।

Byte:সাহিত্যিক ধ্ৰুব বৰা

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.