ETV Bharat / state

নামৰূপত গান্ধী গ্লোবেল চ'লাৰ যাত্ৰা

author img

By

Published : Oct 2, 2019, 9:48 AM IST

ছাত্ৰ ছাত্ৰী সকলক সৌৰ শক্তিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ IIT মুম্বাই আৰু পুনৰ আৰু নৱীকৰণযোগ্য সম্পদ শক্তি মন্ত্ৰায়লয়ে গ্ৰহণ কৰিছে এক পদক্ষেপ ৷ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ৫০০০ হাজাৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় চ'লাৰ লেম্প নিমাৰ্ণৰ প্ৰশিক্ষণ ৷

নামৰূপত চ'লাৰ লেম্প নিমাৰ্ণৰ প্ৰশিক্ষণ শিবিৰ

নামৰূপ , 2 অক্টোবৰঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে IIT মুম্বাই আৰু "পুনৰ আৰু নৱীকৰণযোগ্য সম্পদ শক্তি মন্ত্ৰায়লে" সমগ্ৰ ভাৰতবৰ্ষতে গান্ধী গ্লোবেল চ'লাৰ যাত্ৰা নামেৰে এক অনুষ্ঠানৰ আয়োজন কৰিছে । অসমতো এই অনুষ্ঠানটো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদোগত ছাত্ৰ-ছাত্ৰী সকলক সৌৰ শক্তিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নাহৰকটীয়াৰ জয়পুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ লগতে নামৰূপ মহাবিদ্যালয়টো চ'লাৰ লেম্প নিৰ্মাণৰ এক কৰ্মশালা আয়োজন কৰা হয় । উল্লেখ্য যে, সৰ্বমুঠ ২১টা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰায় ৫০০০ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই চ'লাৰ লেম্প নিমাৰ্ণৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক বিশেষ ৰেহাই মূল্যত এই চলাৰ লেম্প বিতৰণ কৰে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে ৷

নামৰূপত চ'লাৰ লেম্প নিমাৰ্ণৰ প্ৰশিক্ষণ শিবিৰ

লগতে পঢ়কঃএইবাৰ প্ৰতীক হাজেলাৰ প্ৰতীকি শৱদেহ দাহ কৰিলে ৰাইজে

Intro:নামৰূপত গান্ধী গ্লোবেল চ'লাৰ যাত্ৰাঃ

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন আৰু ১৫০ সংখ্যক গান্ধী জয়ন্তী উপলক্ষে IITবোম্বে আৰু MINISTRY OF NEW AND RENEWABLE ENERGY চমুকৈ MNRE য়ে সমগ্ৰ ভাৰতবৰ্ষতে গান্ধী গ্লোবেল চ'লাৰ যাত্ৰা নামেৰে এক অনুষ্ঠান আয়োজন কৰিছে।ইফালে অসমত এই অনুষ্ঠানটো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদোগত ছাত্ৰ ছাত্ৰী সকলক সৌৰ শক্তিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নাহৰকটীয়াৰ জয়পুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ লগতে নামৰূপ মহাবিদ্যালয়টো চ'লাৰ লেম্প নিৰ্মাণৰ এক কৰ্মশালা আয়োজন কৰা হয়।অসমতো সৰ্বমুঠ ২১টা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় মহাবিদ্যালয় প্ৰায় ৫০০০ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই চ'লাৰ লেম্প নিমাৰ্ণৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক বিশেষ ৰেহাই মূল্যত এই চলাৰ লেম্প বিতৰণ কৰে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে ৷

Byte. প্ৰশিক্ষক
Byte. ছাত্ৰী ।Body:DOConclusion:DO
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.