ETV Bharat / state

বৈদ্যুতিক তাঁৰ চুৰি কৰি লাহোৱালত গ্ৰেপ্তাৰ ৭ জন

বৈদ্যুতিক তাঁৰ চুৰি কৰি ডিব্ৰুগড়ৰ লাহোৱালত গ্ৰেপ্তাৰ হ'ল ৭ জন(7 thief arrested for stolen electric wire at Lahowal) ৷ চুৰি হোৱা তাঁৰখিনি আছিল ২ পৰা ৩ কোটিৰ টকাৰ মূল্যৰ ৷

7-thief-arrested-for-stolen-electric-wire-at-lahowal
বৈদ্যুতিক তাঁৰ চুৰি কৰি ডিব্ৰুগড়ৰ লাহোৱালত গ্ৰেপ্তাৰ ৭ জন
author img

By

Published : Jun 30, 2022, 8:13 PM IST

মৰাণ, 30 জুন : ডিব্ৰুগড়ৰ লাহোৱালত কাৰেন্টৰ এলুমুনিয়াম তাঁৰ চুৰি কৰি ৰঙাঘৰৰ আলহী হ'ল ৭ জন যুৱক(7 thief arrested for stolen electric wire at Lahowal)। লাহোৱালত টাৱাৰ প্ৰকল্পৰ কাম চলি থকাৰ মাজতে সঘনাই চুৰি হৈছিল প্ৰকল্পৰ কাৰেন্টৰ এলুমুনিয়াম তাঁৰ । ইয়াৰ পাছতে ঠিকাদাৰে লাহোৱাল থানাত এজাহাৰ দাখিল কৰাত লাহোৱাল আৰক্ষীয়ে বুধবাৰে নিশাৰ পৰা গোপন সূত্ৰৰ পম খেদি এই পৰ্যন্ত ৭ টাকৈ চোৰক আটক কৰিবলৈ সক্ষম হৈছে ।

বৈদ্যুতিক তাঁৰ চুৰি কৰি ডিব্ৰুগড়ৰ লাহোৱালত গ্ৰেপ্তাৰ ৭ জন

ধৃত চোৰ কেইটা হৈছে ক্ৰমে অজয় তেলি, অজয় মাঝি, জিতুল হাজৰিকা, বিতু তাছা, আশ্ৰমত আলি, জিতু হাজৰিকা আৰু ধৰম ৰবিদাস ৷ ইফালে চুৰি হোৱা তাঁৰখিনিৰ মুল্য ২ পৰা ৩ কোটিৰ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়াৰ লগতে চুৰি হোৱা তাঁৰ কিছু পৰিমাণে উদ্ধাৰ কৰিছে আৰক্ষীয়ে । আনহাতে ধৃত চোৰ কেইটাক লাহোৱাল থানাৰ C/No. 41/2022 আৰু 69/22 নম্বৰত গোচৰ ৰুজু কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : বিলাসীপাৰাত আৰক্ষীৰ অভিযানত ৯ জুৱাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.