ETV Bharat / state

বিলাসীপাৰা শান্তিপূৰ্ণ ভাৱে সমাপন দেৱী প্ৰতিমা বিসৰ্জন পৰ্ব

author img

By

Published : Oct 26, 2020, 7:38 PM IST

বিলাসীপাৰাৰ গৌৰাং আৰু দ্বিপো নৈৰ ঘাটত নাৱেৰে বিসৰ্জন দিয়া হয় দশভুজা দেৱী দুৰ্গাৰ প্ৰতিমা ৷

Dasami immersion completed at Bilashipara
বিলাসীপাৰা শান্তিপূৰ্ণ ভাৱে সমাপন দেৱী প্ৰতিমা বিসৰ্জন পৰ্ব

পশ্চিম বিলাসীপাৰা, 26 অক্টোবৰ: ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বিলাসীপাৰাতো সম্পূৰ্ণ শান্তি সম্প্ৰীতিৰ মাজেৰে বিসৰ্জন দিয়া হ'ল দুৰ্গা দেৱীক ৷ অগণন ভক্ত প্ৰানৰ উপস্থিতিত বিলাসীপাৰাৰ গৌৰাং আৰু দ্বিপো নৈৰ ঘাটত নাওঁৰে বিসৰ্জন দিয়া হয় দশভুজা দেবী দুৰ্গাৰ প্ৰতিমা ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত শান্তিপূৰ্ণ ভাৱে দেবী প্ৰতিমা বিসৰ্জন দিয়া হয় ৷

উল্লেখ্য যে,দশমীৰ দেৱীৰ প্ৰতিমা বিসৰ্জন পৰ্বত বিলাসীপাৰাত এইবাৰ পূৰ্বৰ দৰে দেখা নগ'ল ভক্তৰ সমাগম ৷ ক'ভিড প্ৰটকলে কিছু ম্লান পেলালে এইবাৰৰ দেৱী বিসৰ্জন পৰ্বত ৷

লগতে পঢ়কঃ ক'ভিড প্ৰট'কল মানি কাছমাৰী ঘাটত দেৱী বিসৰ্জন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.