ETV Bharat / state

উজাগৰী নিশা কটাইছে ধেমাজিৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তই

author img

By

Published : Jun 24, 2020, 7:15 PM IST

ধেমাজিত বানৰ পৰা পৰিত্ৰাণ বিচাৰি আশ্ৰয় শিবিৰলৈ অহা লোকসকল এতিয়া সন্মুখীন হৈছে আন যন্ত্ৰণাৰ ৷ আশ্ৰয় শিবিৰৰ পৰিৱেশে টোপনি হৰিছে বন্যাৰ্তৰ ৷ ৰাতি হ'লেই মহৰ কামোৰ, সাপৰ বিচৰণে উজাগৰী নিশা কটাবলৈ বাধ্য কৰাইছে তেওঁলোকক ৷

flood effected peoples is in pathetic situation at relief camp in dhemaji

ধেমাজি, 24 জুনঃ ধেমাজিত জীয়াঢলৰ বানে লৈছে সংহাৰী ৰূপ ৷ বানত সৰ্বস্বান্ত দিহিৰি আৰু কেকুৰী গাঁৱৰ 24 পৰিয়াল সম্প্ৰতি আছে জীয়াঢল মহাবিদ্যালয়ত স্থাপিত আশ্ৰয় শিবিৰত ৷ খেতিকে ধৰি বানে বিধ্বস্ত কৰিছে সেই লোকসকলৰ ঘৰ ৷ বানৰ পৰা পৰিত্ৰাণ পাবলৈ দুয়োখন গাঁৱৰে শতাধিক লোকে বসবাস কৰি থকা আশ্ৰয় শিবিৰতো সম্প্ৰতি নিৰাপদ নহয় তেওঁলোক ৷

উজাগৰী নিশা কটাইছে ধেমাজিৰ আশ্ৰয় শিবিৰত থকা বানপিড়ূীতসকলে

বন্যাৰ্তসকলৰ অভিযোগ অনুসৰি, এতিয়া তেওঁলোকে আশ্ৰয় শিবিৰতো কটাবলগীয়া হৈছে উজাগৰী নিশা ৷ কিয়নো নিশা হ'লেই হেনো সেই স্থানত চলে বিষাক্ত সাপৰ অবাধ বিচৰণ ৷ তাৰোপৰি মহৰ কামোৰেও টোপনি হৰিছে বানৰ পৰা পৰিত্ৰাণ বিচাৰি আশ্ৰয় শিবিৰলৈ অহা লোকসকলৰ ৷ কণ-কণ শিশুসকলো সন্মুখীন হৈছে অনেক সমস্যাৰ ৷

লগতে পঢ়কঃ নাৰী সুৰক্ষাৰ দাবীৰে আপৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.