ETV Bharat / state

অৰুণাচল প্ৰদেশৰ পূৱ চিয়াঙত ভয়ংকৰ অগ্নিকাণ্ড - Fire at north siang

অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ আয়ানত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এখন ব্যক্তিগত বিদ্যালয়ৰ দুটাকৈ আৱাসগৃহৰ সকলো সা-সম্পত্তি ৷

ETV BHARAT
অৰুণাচল প্ৰদেশৰ পূৱ চিয়াঙত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Dec 11, 2019, 2:46 PM IST

জোনাই,11 ডিচেম্বৰ: জোনাইৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ আয়ানত বুধবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এখন ব্যক্তিগত বিদ্যালয়ৰ দুটাকৈ আৱাসগৃহ ৷ উল্লেখ্য যে অয়ানত থকা "মামণি মেমৰিয়েল ইংলিছ স্কুল" নামৰ এখন ব্যক্তিগত বিদ্যালয়ৰ চৌহদত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী থকা দুটাকৈ আবাসগৃহত নিশা দাও দাও কৈ জ্বলি উঠে জুই ৷ উক্ত আৱাস দুটাত আছিল প্ৰায় 40 গৰাকী কণ-কণ ছাত্ৰ-ছাত্ৰী ৷ এগৰাকী শিক্ষকয়িত্ৰীয়ে কোনোমতে উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰে ছাত্ৰ-ছাত্ৰী সকলৰ ৷

অৰুণাচল প্ৰদেশৰ পূৱ চিয়াঙত ভয়ংকৰ অগ্নিকাণ্ড

উল্লেখ্য যে ছাত্ৰ-ছাত্ৰী সকলৰ আৱাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ঠিক একে সময়েত সেই হোষ্টেলখনৰ কিছু দূৰত থকা শিক্ষকসকলৰ আবাসগৃহতো জ্বলি উঠে জুই ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বেই সম্পূৰ্ণ ৰূপে জাহ যায় ছাত্ৰ ছাত্ৰী সকলৰ কাপোৰ কানি,কিতাপ পত্ৰ আদিৰ লগতে আৱাসত থকা শিক্ষক শিক্ষয়িত্ৰী সকলৰ সকলো সা-সামগ্ৰী আৰু বিদ্যালয়ৰ সকলো সামগ্ৰী ৷ দুই পৃথক ঠাইত একে সময়তে সংঘটিত হোৱা এনে অস্বাভাৱিক অগ্নিকাণ্ডলৈ লক্ষ্য কৰি এইয়া কোনো দুষ্ট চক্ৰই পৰিকল্পিত ভাৱে সংঘটিত কৰা ঘটনা বুলি অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ ৷

লগতে চাওকঃতিনিচুকীয়াত স্তব্ধ অইল ইণ্ডিয়া লিমিটেডঃপথ অৱৰোধ প্ৰতিবাদকাৰীৰ

Intro:Body:
জোনাই সীমান্তৰ অৰুণাচৰ অয়ানত ভয়ংকৰ অগ্নিকাণ্ড / সম্পূৰ্ণৰূপে ভূষ্মিভূত এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ- ছাত্ৰীৰ দুখনকৈ আবাসগৃহ

জোনাই ১১ডিচেম্বৰ

সমগ্ৰ ৰাজ্যত কেবৰ বিৰুদ্ধে চলি থকাৰ সময়তে সীমান্তৰ ইষ্ট জিলাৰ অৰুণাচলৰ অয়ানত বুধবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে এখন ব্যক্তিগত বিদ্যালয়ৰ দুখনকৈ আবাসগৃহ৷ অৰুণাচল পূৱ চিয়াং জিলাৰ অয়ানত থকা মামণি মেমৰিয়েল ইংলিছ স্কুল নামৰ এখন ব্যক্তিগত বিদ্যালয়ৰ চৌহদত শিক্ষক আৰু ছাত্র-ছাত্ৰীয়ে থকা দুখনকৈ আবাসগৃহ নিশা দাও দাও কৈ জ্বলি উঠে জুয়ে৷ জানিব পৰামতে মামনি মেমৰিয়েল ইংলিছ স্কুল খনৰ চৌহদতে থকা স্কুলখনৰে প্ৰায় ৪০ গৰাকী ছাত্র-ছাত্রীয়ে থকা আবাসগৃহ নিশা হঠাতে জুই জ্বলি উঠাত এগৰাকী শিক্ষকয়িত্ৰীয়ে কোনোমতে কণ কণ ছাত্র ছাত্ৰীসকলৰ বাহিৰলৈ উলিয়াই জীৱন ৰক্ষা কৰে৷ একে সময়তে সেই হষ্টেলখনৰ কিছু দূৰত থকা শিক্ষকসকলৰ আবাসগৃহতো জ্বলি উঠে জুয়ে৷ অগ্নি নিৰ্বাপকৰ গাড়ী অহাৰ আগতে সকলো শেষ হৈ যোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত ছাত্ৰ ছাত্ৰীৰ কাপোৰ কানি, কিতাপ পত্ৰ আদিৰ লগতে আচভাৱকে ধৰি শিক্ষক আবাসগৃহতো তেনেদৰেই যথেষ্ট ক্ষয়-ক্ষতি হয়৷ অৱশ্যে এই অগ্নিকাণ্ডক কোনোবা দুষ্ট চক্ৰৰ দ্বাৰা সংগঠিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে বিদ্যালয়খনৰ কৃৰ্তৃপক্ষই৷

কৰবী দলে, জোনাইConclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.