ETV Bharat / state

Covid vaccination: সেচ্ছাসেৱী সংগঠনে আগবঢ়ালে ভ্ৰাম্যমাণ টীকাকৰণ ভান - Covid vaccination

ৰাজ্য়ৰ দুৰ্গম অঞ্চলত ক'ভিড টীকাকৰণৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে(Covid vaccination)। এইক্ষেত্ৰত সেচ্ছাসেবী সংগঠন সমূহেও সহায়ৰ হাত আগবঢ়াই আহিছে । ইয়াৰ মাজতে এনে সহায়ৰ বাবে আগবাঢ়ি আহিছে দৰঙৰ এটি সেচ্ছাসেৱী সংগঠন।

i
Covid vaccination:সেচ্ছাসেবী সংগঠনে আগবঢ়ালে ভ্ৰাম্যমাণ টীকাকৰণ ভান
author img

By

Published : Jul 19, 2022, 1:13 PM IST

দৰং,১৯ জুলাই: ৰাজ্য়ৰ দুৰ্গম অঞ্চলত ক'ভিড টীকাকৰণৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে (Covid vaccination)। এইক্ষেত্ৰত সেচ্ছাসেৱী সংগঠন সমূহেও সহায়ৰ হাত আগবঢ়াই আহিছে । ইয়াৰ মাজতে এনে সহায়ৰ বাবে আগবাঢ়ি আহিছে দৰঙৰ এটি সেচ্ছাসেৱী সংগঠন। ক'ভিড টীকাকৰণত সহায় আগবঢ়োৱাৰ বাবে সেচ্ছাসেৱী সংগঠন উইচ ফাউণ্ডেচনে (Wish Foundation) এখন ভ্ৰাম্যমাণ টীকাকৰণ ভান দৰং জিলা স্বাস্থ্য সমিতিক অৰ্পন কৰে (Mobile vaccination van donated by Wish)।

সোমবাৰে এই ভানখন আনুষ্ঠানিকভাৱে মুকলি কৰে দৰঙৰ অতিৰিক্ত স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰিয়াই । এই অনুষ্ঠানত স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীৰ লগতে উইচ ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে । উল্লেখ্য যে "ৱেলনেছ অন দ্য় হুইল" শ্লোগানেৰে আৰম্ভ কৰা এই ভ্ৰাম্যমাণ টীকাকৰণ ভানখন দৰং জিলাত ২৮ দিন চলিব । এই ভানখনৰ জৰিয়তে দুৰ্গম অঞ্চলত টীকাকৰণ কৰাৰ লগতে স্বাস্থ্য বিষয়ক সজাগতা আৰু সৃষ্টি কৰিব বুলি উইচ ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলে সদৰি কৰিছে ।

লগতে পঢ়ক:JE vaccine to adults: ছেপ্টেম্বৰৰ পৰা প্ৰাপ্তবয়স্ককো জে ইৰ প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.