ETV Bharat / state

চিৰাঙত ভাতৃত্ববোধ জীয়াই ৰাখিবলৈ আহ্বান

চিৰাঙৰ বাসুগাঁৱৰ ঘটনাৰ পাচতেই মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন বিশেষ সভা ৷

author img

By

Published : May 14, 2019, 7:36 PM IST

চিৰাঙত ভাতৃত্ববোধ জীয়াই ৰাখিবলৈ আহ্বান

চিৰাং,14 মে’: দেওবাৰে নিশা চিৰাঙৰ বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু শ্বহীদ বেদীত দুৰ্বৃত্তই ক’লা ৰং সনাক লৈ বৰ্তমানেও অব্যাহত উত্তেজনা ৷ শেহতীয়াকৈ এন আৰ চিৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি আৰু বাসুগাঁৱক লৈ সৃষ্টি হোৱা পৰিস্থিতি দুয়োটা বিষয় লৈ মঙলবাৰে চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন হয় এক সভা । চিৰাং জিলা উপায়ুক্ত,জিলা আৰক্ষী অধীক্ষক, মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠনক লৈ আয়োজিত এই সভাত বিতং আলোচনা হয় । জিলাখনত সকলোকে শান্তি শৃংখলা তথা ভাতৃত্ববোধ জীয়াই ৰাখি কাম কৰি যোৱাৰ আহ্বান জনায় ।

Slug :: As_Chg_14th May_814 to 817_Chirang DC offc meeting on NRC & peace_vis & byt_Abdul Maleque Ahmed. 

Send by ftp. 

কালি চিৰাঙৰ বাসুগাঁওৰ আছু কাৰ্য্যালয়ৰ শ্বহিদ বেদী আৰু নাম ফলকত কলা ৰং সনা কাৰ্য্যলৈ উত্তপ্ত বাসুগাঁও । শেষতীয়াকৈ এন আৰ চিৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টী হোৱা পৰিস্থিতি আৰু বাসুগাঁওলৈ সৃষ্টী হোৱা পৰিস্থিতি দুয়োটা বিষয় লৈ আজি চিৰাং জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজন হয় এক সভা । সভাত চিৰাং জিলা উপায়ুক্ত,জিলা আৰক্ষী অধিক্ষক, মন্ত্ৰী চন্দন ব্ৰহ্ম, লগতে জিলাখনৰ বিভিন্ন দল সংগঠনক লৈ আয়োজিত এই সভাত বিতং আলোচনা হয় । সকলোৱে জিলাখনত শান্তি শৃঙ্খলা তথা ভাতৃত্ববোধ জীয়াই ৰাখি কাম কৰি যোৱাৰ আহ্বান জনায় । 

বাইট : মন্ত্ৰী চন্দন ব্ৰহ্ম,সুধাকৰ সিং চিৰাং জিলা আৰক্ষী অধিক্ষক, সম্ৰাট ভাৱাল বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ নেতা । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.