ETV Bharat / state

কেনেকৈ পৰিৱেশন কৰিব নিৰ্বাচনী বাতৰি ?

প্ৰেচ ক্লাবত নিৰ্বাচনী বাতৰি পৰিবেশন সম্পৰ্কীয় কৰ্মশালা

author img

By

Published : Mar 27, 2019, 10:56 PM IST

নিউজ ডেস্ক, গুৱাহাটী, 27 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচন । চৌদিশে এতিয়া নিৰ্বাচনৰ গৰম বতাহ । ৰাজনৈতিক দল সমূহৰ লগতে সমান্তৰাল ভাৱে ব্যস্ত সংবাদ মাধ্যমৰ লোকসকল । নিৰ্বাচনত সংবাদ মাধ্যমৰ লোকসকলে কেনেদৰে বাতৰি পৰিবেশন কৰিব লাগিব তাৰ ওপৰত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন কৰ্মশালা অনুষ্ঠিত হয় । এই কৰ্মশালাত সাংবাদিক সকলক প্ৰশিক্ষণ প্ৰদান কৰে সাংবাদিক নৱ ঠাকুৰীয়া আৰু কুনাল মজুমদাৰে ।

প্ৰেচ ক্লাবত নিৰ্বাচনী বাতৰি পৰিবেশন সম্পৰ্কীয় কৰ্মশালা
মূলতঃ নিৰ্বাচন সম্পৰ্কীয় বাতৰি পৰিবেশন কৰিলে কি কৰা উচিত,কি কৰিব নালাগে তাৰ ওপৰত এক মননশীল প্ৰশিক্ষণ দিয়ে তেওঁলোকে ।

Intro:সমাগত লোকসভা নিৰ্বাচন ।চৌদিশে এতিয়া নিৰ্বাচনৰ গৰম বতাহ ।ৰাজনৈতিক দল সমূহৰ সমান্তৰাল কৈ ব্যস্ত সংবাদ মাধ্যমৰ লোকসকলো ।নিৰ্বাচনত সংবাদ মাধ্যমৰ লোকসকলে কেনেদৰে বাতৰি পৰিবেশ ন কৰিব লাগিব তাৰ ওপৰত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন কৰ্মশালা অনুষ্ঠিত হয় ।এই কৰ্মশালাত সাংবাদিক সকলক প্ৰশিক্ষণ প্ৰদান কৰে সাংবাদিক নৱ ঠাকুৰীয়া আৰু কুনাল মজুমদাৰে ।মূলতঃ নিৰ্বাচন সম্পৰ্কীয় বাতৰি পৰিবেশন কৰিলে কি কৰা উচিত,কি কৰিব নালাগে তাৰ ওপৰত এক মননশীল প্ৰশিক্ষণ দিয়ে তেওঁ লোকে ।

Body:লিপিকা ডেকা ।

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.