ETV Bharat / state

কাগজ কল নিলামক লৈ CITU ৰ বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন

কাছাৰ আৰু নগাঁও কাগজ কল নিলামক লৈ বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে CITU ৱে।

CITU ৰ বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন
CITU ৰ বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন
author img

By

Published : Feb 7, 2020, 11:57 PM IST

শিলচৰ, 7 ফেব্ৰুৱাৰীঃ চলিত বৰ্ষৰ 9 ফেব্ৰুৱাৰীত নিলাম হ'ব কাছাৰ আৰু নগাঁও কাগজ কল । এই ঘটনাৰ পৰিপ্ৰেক্ষিতত শিলচৰৰ ক্ষুদিৰাম মুৰ্তিৰ কাষত শুকুৰবাৰে বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে CITU ৱে। এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰৰ ওপৰত সৰৱ হৈ পৰে প্ৰতিবাদকাৰী । ইয়াৰোপৰি চৰকাৰে যদি শীঘ্ৰে নিজৰ সিদ্ধান্ত সলনি কৰে তেন্তে প্ৰতিবাদকাৰীয়ে ইয়াতকৈয়ো ভয়াৱহ ৰূপ ল'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে ৷

Intro:9ফেব্ৰুৱাৰী2020 কাছাৰ আৰু নগাঁও কাগজ কল নিলাম হব । এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি শিলচৰৰ ক্ষুদিৰাম মুৰ্তিৰ ওচৰতে চি আই টি ইউ বিক্ষোভ প্ৰদৰ্শন কৰে। তেওঁ লোকে বৰ্তমান চৰকাৰৰ সমালোচনা কৰি বক্তব্য ৰাখে।
তেওঁ লোকে কয় চৰকাৰে যদি এনেকুৱা পদক্ষেপ লৈ থাকে তেতিয়া হলে অহা দিনত বিৰাট আন্দোলনৰ পথত যাব তেওঁ লোকে।Body:9ফেব্ৰুৱাৰী2020 কাছাৰ আৰু নগাঁও কাগজ কল নিলাম হব । এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি শিলচৰৰ ক্ষুদিৰাম মুৰ্তিৰ ওচৰতে চি আই টি ইউ বিক্ষোভ প্ৰদৰ্শন কৰে। তেওঁ লোকে বৰ্তমান চৰকাৰৰ সমালোচনা কৰি বক্তব্য ৰাখে।
তেওঁ লোকে কয় চৰকাৰে যদি এনেকুৱা পদক্ষেপ লৈ থাকে তেতিয়া হলে অহা দিনত বিৰাট আন্দোলনৰ পথত যাব তেওঁ লোকে।Conclusion:9ফেব্ৰুৱাৰী2020 কাছাৰ আৰু নগাঁও কাগজ কল নিলাম হব । এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি শিলচৰৰ ক্ষুদিৰাম মুৰ্তিৰ ওচৰতে চি আই টি ইউ বিক্ষোভ প্ৰদৰ্শন কৰে। তেওঁ লোকে বৰ্তমান চৰকাৰৰ সমালোচনা কৰি বক্তব্য ৰাখে।
তেওঁ লোকে কয় চৰকাৰে যদি এনেকুৱা পদক্ষেপ লৈ থাকে তেতিয়া হলে অহা দিনত বিৰাট আন্দোলনৰ পথত যাব তেওঁ লোকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.