ETV Bharat / state

খোৱাপানীক কেন্দ্ৰ কৰি শিলচৰত উত্তেজনা

শিলচৰত উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি ৷ নিৰ্বাচনী কাম-কাজৰ বাবে নিয়োজিত নিৰাপত্তাৰক্ষী বাহিনীয়ে বিশুদ্ধ খোৱাপানী লাভ নকৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ৷

খোৱাপানীক কেন্দ্ৰ কৰি শিলচৰত উত্তেজনা
খোৱাপানীক কেন্দ্ৰ কৰি শিলচৰত উত্তেজনা
author img

By

Published : Mar 31, 2021, 8:54 AM IST

শিলচৰ,31 মাৰ্চ: শিলচৰত মঙলবাৰে সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷ নিৰ্বাচনী কাম-কাজৰ বাবে নিয়োজিত নিৰাপত্তাৰক্ষী বাহিনীয়ে বিশুদ্ধ খোৱাপানী লাভ নকৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ৷ উত্থাপিত অভিযোগ অনুসৰি,আন আন অঞ্চলৰ পৰা নিৰ্বাচনী দায়িত্বত নিয়োজিত কৰা আৰক্ষীয়ে শিলচৰৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ প্ৰতিবাদী আৰক্ষীয়ে আৰক্ষী অধীক্ষক মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ ফলত স্বাভাৱিকতে এক হুলস্থূলীয়া পৰিৱেশে বিৰাজ কৰে শিলচৰত ৷

লগতে চাওকঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.