ETV Bharat / state

শ্ৰেণী কোঠা এৰি ধৰ্ণাত নামিল ছাত্ৰ ছাত্ৰী

author img

By

Published : Jun 26, 2019, 9:28 PM IST

ৰাষ্ট্ৰভাষা বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে বুধবাৰে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ স্কুল খনৰ শিক্ষকৰ অভাৱ পূৰণ কৰাৰ লগতে বিদ্য়ালয়খনক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ দাৱীত এই কাৰ্যসূচি হাতত লয় ছাত্ৰ ছাত্ৰী আৰু অভিভাবক সকলে ৷

শ্ৰেণী কোঠা এৰি ধৰ্ণাত নামিল ছাত্ৰ ছাত্ৰী

শিলচৰ, 26 জুন: শিলচৰৰ একমাত্ৰ হিন্দী ভাষাৰ হাইস্কুল ৰাষ্ট্ৰভাষা বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে বুধবাৰে এক ধৰ্ণা কাৰ্যসূতি হাতত তুলি লয় ৷ স্কুল খনৰ শিক্ষকৰ অভাৱ দূৰীকৰণ, স্কুল খনত উচ্চতৰ মাধ্যমিকলৈ উন্নত কৰাৰ দাবিত এই কাৰ্যসূচি হাতত লয় ছাত্ৰ ছাত্ৰী আৰু অভিভাবক সকলে ৷ এই দাবী জনাই বুধবাৰে শিলচৰ জিলা উপয়ুক্তৰ কাৰ্যালয় সন্মূখত ধৰ্ণা কাৰ্যসূচি ৰূপায়ণ কৰে লোকসকলে ৷ তেওঁলোকৰ দাবী কাৰ্যকৰী নহ'লে তেওঁলোকে বৃহত্তৰ আন্দোলনত জপিয়াই পৰিব বুলি হুংকাৰ দিয়ে।

শ্ৰেণী কোঠা এৰি ধৰ্ণাত নামিল ছাত্ৰ ছাত্ৰী

লগতে পঢ়ক: তিনিদিনে সন্ধান নাই কণ্ঠশিল্পী পৰশমনিৰ

Intro:NEWS Silchar 26Jun....শিলচৰৰ একমাত্ৰ হিন্দী ভাষাৰ হাইস্কুল ৰাষ্ট্ৰভাষা বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে আজি স্কুল খনৰ শিক্ষকৰ অভাৱ দূৰীকৰণ, স্কুল খনত উচ্চতৰ মাধ্যমিক ক্লাছ চালু কৰাৰ দাবী জনাইছে । Body:NEWS Silchar 26Jun...শিলচৰৰ একমাত্ৰ হিন্দী ভাষাৰ হাইস্কুল ৰাষ্ট্ৰভাষা বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে আজি স্কুল খনৰ শিক্ষকৰ অভাৱ দূৰীকৰণ, স্কুল খনত উচ্চতৰ মাধ্যমিক ক্লাছ চালু কৰাৰ দাবী জনাইছে । তেওঁ এই দাবী জনাই আজি শিলচৰ জিলা উপয়ুক্তৰ অফিচৰ সন্মূখত ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰে । তেওঁ কয়, তেওলোকৰ দাবী কাৰ্যকৰী নহ'লে তেওঁ বৃহত্তৰ আন্দোলনত জপিয়াই পৰিব। বাইট----Conclusion:NEWS Silchar 26Jun....শিলচৰৰ একমাত্ৰ হিন্দী ভাষাৰ হাইস্কুল ৰাষ্ট্ৰভাষা বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে আজি স্কুল খনৰ শিক্ষকৰ অভাৱ দূৰীকৰণ, স্কুল খনত উচ্চতৰ মাধ্যমিক ক্লাছ চালু কৰাৰ দাবী জনাইছে । তেওঁ এই দাবী জনাই আজি শিলচৰ জিলা উপয়ুক্তৰ অফিচৰ সন্মূখত ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰে । তেওঁ কয়, তেওলোকৰ দাবী কাৰ্যকৰী নহ'লে তেওঁ বৃহত্তৰ আন্দোলনত জপিয়াই পৰিব। বাইট----
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.