ETV Bharat / state

শিলচৰত পলমকৈ ভোট গণনা আৰম্ভ - assam news

শিলচৰত পলমকৈ আৰম্ভ ভোট গণনা ৷ প্ৰতিকূল বতৰৰ বাবেই দেৰিকৈ আৰম্ভ হৈছে ভোট গণনা

শিলচৰত পলমকৈ ভোট গণনা
author img

By

Published : May 23, 2019, 9:43 AM IST

শিলচৰ, 23মে': শিলচৰত পলমকৈ আৰম্ভ ভোট গণনা ৷ প্ৰতিকূল বতৰৰ বাবেই দেৰিকৈ আৰম্ভ ভোট গণনা ৷ বেলট বাকচৰ পৰা উলিয়ৱা হৈছে কিন্তু কাছাৰ জিলা প্ৰশাসন অনুমতি নথকাৰ বাবেই আৰম্ভ হোৱা নাই ভোট গণনা ৷ ভোট কেন্দ্ৰৰ ভিতৰত সাংবাদিকৰ প্ৰৱেশত বাধা ৷ আনহাতে, ভোট গণনা কেন্দ্ৰত বিজেপি প্ৰাৰ্থী ৰাজদীপ ৰায় কয়, ৰাইজৰ মত বিজেপিৰ লগত ৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.