ETV Bharat / state

অভয়াপুৰীত পথ দুৰ্ঘটনা; ছাত্ৰ নিহত

অভয়াপুৰীত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন তীব্ৰবেগী বাইকক বচাবলৈ গৈ এএছ ১৯চি ৬২৫৫ নম্বৰৰ ট্ৰাকখনে পথৰ কাষত ৰৈ থকা পিতা-পুত্ৰক মহতিয়াই নিয়ে৷

অভয়াপুৰীত পথ দুৰ্ঘটনা; ছাত্ৰ নিহত
author img

By

Published : Sep 27, 2019, 10:38 PM IST

অভয়াপুৰী,27ছেপ্টেম্বৰঃ শুকুৰবাৰে দুপৰীয়া বইটামাৰী মলিগাঁও চ’কত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । উক্ত দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় এজন ছাত্ৰ । তথ্য মতে, নিহত ছাত্ৰ জন বইটামাৰী জাতীয় বিদ্যালয়ৰ প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ কনৌজশ্যাম সৰকাৰ ৷ লগতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় পিতৃ কনক সৰকাৰ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি তিনিজন লোক উঠি অহা এখন তীব্ৰবেগী বাইকক বচাবলৈ গৈ এএছ ১৯চি ৬২৫৫ নম্বৰৰ ট্ৰাকখনে পথৰ কাষত ৰৈ থকা পিতা-পুত্ৰক মহতিয়াই নিয়ে ৷ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । কণমানি ছাত্ৰ জনৰ এনে কৰুণ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে । এই দুৰ্ঘটনাৰ পাচতে স্থানীয় ৰাইজে অঞ্চলটোত স্পীড ব্ৰেকাৰৰ বাবে দাবী জনাইছে৷

Intro:পথ দুৰ্ঘটনা, এজন ছাত্র নিহতBody:Slug- Road Mishap, one student death

Date- 27.09.19

Voice Over- শুক্ৰবাৰে দুপৰীয়া বইটামাৰী মলিগাঁও চ’কত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোৰ ফলত থিতাতে মৃত্যু হয় এজন ছাত্রৰ। ছাত্ৰ জন বইটামাৰী জাতীয় বিদ্যালয়ৰ প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ কনৌজশ্যাম সৰকাৰ ৷ লগতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় পিতৃ কনক সৰকাৰ৷ কনক সৰকাৰৰ ঘৰ বইটামাৰীৰ ঢাকনাবাৰীত বুলি জানিব পৰা গৈছে৷ স্থানীয় লোকৰ পৰা জানিব পৰা মতে তিনিজন লোক উঠি অহা এখন তীব্ৰবেগী বাইকক বচাবলৈ গৈ এএছ ১৯চি ৬২৫৫ নম্বৰৰ ট্ৰাকখনে পথৰ কাষত ৰৈ থকা পিতা-পুত্ৰক মহতিয়াই নিয়ে৷ ফলত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় । কণমানি ছাত্র জনৰ এনে কৰুণ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰিছে। স্থানীয় ৰাইজে অঞ্চলটোত স্পীড ব্ৰেকাৰৰ বাবে দাবী জনাইছে৷

Regards

Indranil Das

News Contributor

ETV BHARAT ASSAM

Abhayapuri South

Conclusion:ফটো
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.