ETV Bharat / state

গহপুৰত বন্যহস্তীৰ তাণ্ডৱ

গহপুৰত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ ইফালে সময়মতে বন বিভাগৰ লোক উপস্থিত নথকাৰ অভিযোগ ৰাইজৰ

গহপুৰত বন্যহস্তীৰ তাণ্ডৱ
author img

By

Published : Jul 28, 2019, 2:14 PM IST

বিশ্বনাথ, 28 জুলাই : গহপুৰত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ । আজি পুৱা গহপুৰৰ বাকৰিদলনী পঞ্চায়তৰ অন্তৰ্গত দক্ষিন ডাঠকলা পিপলদ্বাৰা গাঁৱত এটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰে ৷ গাঁওখনৰ ধন বাহাদুৰ ছেত্ৰী আৰু ৰাঙলীয়াল পঞ্চায়তৰ গুৱাধৰা গাঁৱৰ দ্বীপ বৰাৰ ঘৰত বন্যহস্তীটোৱে প্ৰৱেশ কৰি কৃষক গৰাকীৰ ভঁৰালৰ ধান খোৱাৰ লগতে বহুত ধান অনিষ্ট কৰে ৷ এই বনৰীয়া হাতীটোৱে বহু দিন ধৰি অঞ্চলটোৰ বিভিন্ন গাঁৱত তাণ্ডৱ চলাই আহিছে বুলি অঞ্চলবাসীয়ে জানিবলৈ দিয়ে ৷ গাঁওবাসীয়ে বন বিভাগক বিভিন্ন সময়ত খবৰ দি আহিছে যদিও সময়মতে বন বিভাগৰ লোক উপস্থিত নথকাৰ অভিযোগ ৰাইজৰ ।

Intro:as_biswanath_helem_elephant_attack_28_july_801_vis_byte_scrpt_as10018Body:as_biswanath_helem_elephant_attack_28_july_801_vis_byte_scrpt_as10018Conclusion:as_biswanath_helem_elephant_attack_28_july_801_vis_byte_scrpt_as10018

বিশ্বনাথৰ গহপুৰত
বনৰীয়া হাতী তাণ্ডৱ /কেইবাটাও গৃহ ক্ষয় -ক্ষতি
ক্ষোভিত গাওঁবাসী

গহপুৰত অব্যাহত আছে বন্যহস্তী তাণ্ডৱ ।
আন দিনা দৰে পুৱতি নিশাও গহপুৰৰ বাকৰিদলনী পঞ্চায়তৰ অৰ্ন্তগত দক্ষিন ডাঠকলা পিপলদ্বাৰা গাঁৱত এটা বন্যহস্থী প্ৰৱেশ কৰে
পুৱতি নিশা ।

গাওঁ খনৰ
ধন বাহাদুৰ ছেত্ৰী আৰু ৰাঙলীয়াল পঞ্চায়তৰ গুৱাধৰা গাঁৱৰ দ্বীপ বৰাৰ ঘৰত বন্য হস্তীটোৱে প্ৰৱেশ কৰি কৃষক গৰাকী ভঁৰালৰ ধান খাই তহিলং লগতে বহুত অনিষ্ট কৰে ।

কৃষক দুটা পৰিয়ালৰ প্ৰায় ৩০০ অধিক টিং ধান খাই তহিলং কৰাত

এতিয়া কৃষক পৰিয়াল কেইটাই মূৰে কপালে হাত দিছে

উল্লেখ্য যে এই বনৰীয়া হাতীটোৱে বহু দিন ধৰি অঞ্চলটোৰ বিভিন্ন গাঁৱ সমূহত তাণ্ডৱ চলাই আহিছে আৰু গাঁওবাসীয়ে বন বিভাগক বিভিন্ন সময়ত খবৰ দিয়ে যদিও কোনো হাতী উলোৱা সময়ত বন বিভাগক উপস্থিত নহয় । ৰাইজৰ দাবী দুই কৃষক পৰিয়াল ক্ষয় ক্ষতি দাবী জনাইছে ।

byte_ভুক্তভোগীৰ গৰাকী
গাঁৱৰ যুৱ ব্যক্তি

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.