ETV Bharat / state

ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি গহপুৰৰ বিধায়কৰ গুৰুত্বপূৰ্ণ মন্তব্য - নিৰ্বাচন প্ৰসংগ

গহপুৰৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিজেপি বিধায়কৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ দলীয় টিকট সন্দৰ্ভতো মন্তব্য প্ৰদান বিধায়ক গৰাকীৰ ৷

BJP MLA UTPAL DUTTA REACTION ON CAA MOVEMENT
ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি গহপুৰৰ বিধায়কৰ গুৰুত্বপূৰ্ণ মন্তব্য
author img

By

Published : Oct 30, 2020, 7:26 PM IST

বিশ্বনাথ, 30 অক্টোবৰ : নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী থকাৰ সময়তে আৰম্ভ হৈছে ৰাজনৈতিক দল সমূহৰ নিজা নিজা ৰণকৌশল । তাৰ সমান্তৰালকৈ একাংশ BJP বিধায়কে 'কা' আন্দোলনকাৰীক তীব্ৰ সমালোচনা কৰা দেখা গৈছে । আনহাতে,বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিত 29 অক্টোবৰত গহপুৰৰ ডুবিয়াত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহন কৰি গহপুৰৰ বিজেপি বিধায়ক উৎপল বৰাই কয় যে,অসমীয়া ৰাইজে বুজি উঠিছে 'কা' আন্দোলনৰ নেতৃত্ব দিয়া সকলৰ প্ৰকৃত স্বৰূপ ৷

আনহাতে,আগন্তক নিৰ্বাচন প্ৰসংগত দলীয় টিকট সন্দৰ্ভতো বিধায়ক গৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰা পৰলিক্ষিত হৈছে ৷

লগতে পঢ়ক : বিজেপিয়ে দুখীয়াক অৱজ্ঞা কৰেঃ শান্ত হোজাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.