ETV Bharat / state

9 আগষ্টত আনুষ্ঠানিকভাৱে মুকলি হ'ব বিশ্বনাথ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়

এতিয়াৰ পৰা বিশ্বনাথবাসীয়ে যান বাহনৰ পঞ্জীয়ণৰ বাবে যাব নালাগে তেজপুৰলৈ, 9 আগষ্টত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়

author img

By

Published : Aug 3, 2019, 11:24 PM IST

9 আগষ্টত আনুষ্ঠানিকভাৱে মুকলি হ'ব জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়

বিশ্বনাথ, 3 আগষ্টঃ

বিশ্বনাথবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত ৷

9 আগষ্টত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় ৷

বিশ্বনাথক জিলা হিচাপে ঘোষণা কৰিছিল যদিও যান বাহন পঞ্জীয়ণৰ বাবে তেজপুৰলৈ অহা যোৱা কৰিব লগা হৈছিল ৷

জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় স্থাপন কৰা বাবে চৰকাৰক ধন্যবাদ বিশ্বনাথবাসীৰ ৷

অৱশ্যে এতিয়াও বহু কেইটা গুৰুত্বপূৰ্ণ কাৰ্যালয় স্থাপন হোৱা নাই বিশ্বনাথত ৷

Intro:as_biswanath_3_ag_802_dl_vis_scrpt_as10018

Body:as_biswanath_3_ag_802_dl_vis_scrpt_as10018Conclusion:বিশ্বনাথত জিলা পৰিবহণ কাৰ্যালয় স্থাপন

বিশ্বনাথ বাসী দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত । অহা ৯ আগষ্ট ত আনুষ্ঠানিক ভাৱে আৰম্ভ হব
জিলা পৰিবণ বিষয়া কাৰ্যালয় ।
স্বাধীনতা কালৰ পৰাই ভুক্তভোগী বিশ্বনাথ জিলা জনসাধাৰণে এখন গাড়ী চালক পৰিচয় পত্ৰ বা যান বাহন যিকোনো কামৰ বাবে গহপুৰ হাৱাজানৰ বিশ্বনাথ চাৰিআলি বিহালী চতিয়া আদি সমষ্টিৰ অঞ্চলৰ ৰাইজে তেজপুৰ লৈ যাব লগা হৈছিল যদিও বহু অপক্ষা মুৰত স্থাপন হল জিলা পৰিবহণ কাৰ্যালয় ।
বিশ্বনাথ জিলা হিচাপে চৰকাৰে ঘোষণা কৰি প্ৰশাসনিক কাম কাজ কৰি আহিছিল যদিও বহু চৰকাৰী কাম কাজৰ বাবে তেজপুৰ লৈ অহা যোৱা কৰিব লগা হয় ।
বৰ্তমান ও বহু কেইটা কাৰ্যালয় তেজপুৰত ।
বিশেষকৈ গহপুৰ সমষ্টিৰ বিহালী সমষ্টিৰ আৰু বিশ্বনাথ সমষ্টিৰ হাজাৰ হাজাৰ জনসাধাৰণৰ অসুবিধা প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিশ্বনাথ চাৰিআলিত স্থাপন কৰিছে জিলা পৰিবহণ কাৰ্যালয় ।
জানিব পৰা মতে অহা ৯ আগষ্ট আনুষ্ঠানিকভাৱে মুকলি হব জিলা পৰিবহণ কাৰ্যালয় এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন

শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.