ETV Bharat / state

পহিলা বহাগত হুঁচৰি গাবলৈ ওলাই আহিল বিশ্বনাথবাসী

সোমবাৰে পুৱা বিশ্বনাথৰ দক্ষিণ ৰাংছালী গাৱঁৰ ৰাইজে একগোট হৈ হুঁচৰি গোৱা লগতে এক সমদল ওলিয়াই

পহিলা বহাগত হুঁচৰি গাবলৈ ওলাই আহিল বিশ্বনাথবাসী
author img

By

Published : Apr 15, 2019, 6:00 PM IST

বিশ্বনাথ, 15 এপ্ৰিলঃ আজি পহিলা ব'হাগত সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাতে দেখা গ'ল উখল মাখল পৰিৱেশ৷

ইয়াৰ ব্যতিক্ৰমী নহয় বিশ্বনাথবাসী৷ সোমবাৰে পুৱা ৭ বজাৰ পৰাই বিশ্বনাথৰ দক্ষিণ ৰাংছালী গাৱঁৰ ৰাইজে একগোট হৈ হুঁচৰি গোৱা লগতে এক সমদল ওলিয়াই৷

Intro:A_Biswanath_Bihu_15A_801_804_photo_scrpt_Sriamnta

Body:A_Biswanath_Bihu_15A_801_804_photo_scrpt_Sriamnta

Conclusion:আজি ব'হাগৰ প্ৰথম টো দিনতে দেখা গল ৰাজ্যত উখল মাখল পৰিৱেশ ।তাৰ ব্যতিক্ৰমী নহয় বিশ্বনাথ জিলাও ।
ব'হাগৰ প্ৰথম টো দিনতেই সকলোৱে উলাই আহিল ৰাইজ ।
পূৱা ৭ বজাৰ পৰাই বিশ্বনাথৰ দক্ষিণ ৰাংছালী গাৱঁৰ ৰাইজৰ একগোট হৈ হুঁচৰি গোৱা লগতে ভাগত উলোৱাই এক সমদল উলোই ।
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.