ETV Bharat / state

পহিলা বহাগত হুঁচৰি গাবলৈ ওলাই আহিল বিশ্বনাথবাসী

সোমবাৰে পুৱা বিশ্বনাথৰ দক্ষিণ ৰাংছালী গাৱঁৰ ৰাইজে একগোট হৈ হুঁচৰি গোৱা লগতে এক সমদল ওলিয়াই

author img

By

Published : Apr 15, 2019, 6:00 PM IST

পহিলা বহাগত হুঁচৰি গাবলৈ ওলাই আহিল বিশ্বনাথবাসী

বিশ্বনাথ, 15 এপ্ৰিলঃ আজি পহিলা ব'হাগত সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাতে দেখা গ'ল উখল মাখল পৰিৱেশ৷

ইয়াৰ ব্যতিক্ৰমী নহয় বিশ্বনাথবাসী৷ সোমবাৰে পুৱা ৭ বজাৰ পৰাই বিশ্বনাথৰ দক্ষিণ ৰাংছালী গাৱঁৰ ৰাইজে একগোট হৈ হুঁচৰি গোৱা লগতে এক সমদল ওলিয়াই৷

Intro:A_Biswanath_Bihu_15A_801_804_photo_scrpt_Sriamnta

Body:A_Biswanath_Bihu_15A_801_804_photo_scrpt_Sriamnta

Conclusion:আজি ব'হাগৰ প্ৰথম টো দিনতে দেখা গল ৰাজ্যত উখল মাখল পৰিৱেশ ।তাৰ ব্যতিক্ৰমী নহয় বিশ্বনাথ জিলাও ।
ব'হাগৰ প্ৰথম টো দিনতেই সকলোৱে উলাই আহিল ৰাইজ ।
পূৱা ৭ বজাৰ পৰাই বিশ্বনাথৰ দক্ষিণ ৰাংছালী গাৱঁৰ ৰাইজৰ একগোট হৈ হুঁচৰি গোৱা লগতে ভাগত উলোৱাই এক সমদল উলোই ।
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.