ETV Bharat / state

১৩ তাৰিখৰ পৰা বিশ্বনাথত অসম নেপালী সাহিত্য সভাৰ অধিবেশন

author img

By

Published : Feb 11, 2021, 10:56 PM IST

অসম নেপালী সাহিত্য সভাৰ ১৫ সংখ্যক অধিবেশনখনি অহা ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ চাৰিআলিৰ গলিয়াত অনুস্থিত হ'ব ৷

asom nepali sahitya sabha conference
১৩ তাৰিখৰ পৰা বিশ্বনাথত অসম নেপালী সাহিত্য সভাৰ অধিবেশন

বিশ্বনাথ, ১১ ফেব্ৰুৱাৰীঃ অসম নেপালী সাহিত্য সভাৰ ১৫ সংখ্যক অধিবেশনখনি এইবাৰ বিশ্বনাথ চাৰিআলিৰ গলিয়াত অনুস্থিত হ'ব ৷ অহা ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অসম নেপালী সাহিত্য সভাৰ এই অধিবেশনখনি অনুষ্ঠিত হ'ব ৷

ইতিমধ্যে এই অধিবেশনৰ প্ৰস্তুতি প্ৰায়ে সম্পূৰ্ণ হৈ উঠিছে বুলি আয়োজক সমিতিয়ে সাংবাদিকক জানিবলৈ দিছে ৷ আদৰণি সমিতিৰ সভাপতি ৰাজেশ বুলন আৰু সম্পাদক মদন থাপাই জানিবলৈ দিয়া মতে ৰাজ্যৰ সকলো জিলা সমিতি আৰু জিলাৰ অন্তৰ্গত শাখা সমিতি সমুহৰ পৰা প্ৰায় চাৰি শতাধিক প্ৰতিনিধিৰৰ লগতে বহু সংখ্যক সাহিত্যিক, বুদ্ধিজীৱীয়ে অসম নেপালী সাহিত্য সভাৰ ১৫ সংখ্যক অধিবেশনখনত অংশ গ্ৰহণ কৰিব ।

লগতে পঢ়ক: নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.