ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 3 PM
3 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Nov 27, 2022, 2:58 PM IST

Team Eknath Shinde : মা কামাখ্যাৰ আশীৰ্বাদ লৈ উভতিল সদল-বলে অহা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী

শনিবাৰে নিশাৰ ভাগত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰেডিছন ব্লু’ত উপস্থিত হৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকে (Maharashtra CM Eknath Shinde) ধৰি মন্ত্ৰী, বিধায়ক, সাংসদ তথা শিৱসেনাৰ নেতাসকলক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক সৌজন্যতামূলক সাক্ষাৎ কৰি একেলগে নৈশ আহাৰ গ্ৰহণ কৰে । বৈঠকত মিলিত দুই মুখ্যমন্ত্ৰী । মুম্বাইত নতুন অসম ভৱন নিৰ্মাণৰ বাবে মাটি দিব সিন্দে চৰকাৰে । অসমতো মহাৰাষ্ট্ৰ ভৱন নিৰ্মাণৰ বাবে মাটি বিচাৰিলে সিন্দে চৰকাৰে ।

Mukro violence update: মেঘালয়ত আবদ্ধ অসমৰ লোকসকলক উদ্ধাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে

‘‘মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ লোকসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে (Assam people stuck in Meghalaya) বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই ঘটনাৰ লগত জড়িত প্ৰকৃত দোষীক চিনাক্ত কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে (Firing in Assam Meghalaya border) ৷ শীঘ্ৰে পূৰ্বৰ দৰে সকলো পৰিস্থিতি ঘূৰি আহিব (Tension grips Assam Meghalaya border) ৷’’ শনিবাৰে বোকাখাতত সংবাদ মাধ্যমৰ আগত অসম আৰু মেঘালয়ৰ মাজত চলি থকা সংঘাত (Assam Meghalaya Conflict) সম্পৰ্কত মন্তব্য কৰে কৃষি তথা সীমান্ত অঞ্চল উন্নয়ন বিভাগ মন্ত্ৰী অতুল বৰাই ।

Cabinet meeting in Barak valley: ২৯ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট বৈঠক

শিলচৰত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলা প্ৰশাসনৰ সৈতে ভাৰ্চুৱেল কনফাৰেঞ্চৰ জৰিয়তে বৈঠকত মিলিত হয়(Assam cm virtual meet with district administrator) । পূৰ্বে ১১ নৱেম্বৰত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল যদিও স্থগিত ৰখা হৈছিল । কেবিনেট বৈঠকখনৰ জৰিয়তে বৰাক উপত্যকাৰ বহু গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ দিশ নিৰ্ণয় হ'ব বুলি আশাবাদী বৰাকবাসী ।

Police naxal firing in Chhattisgarh : প্ৰচণ্ড গুলীয়াগুলীত নিহত 4 মাওবাদী

ছত্তীশগড়ৰ পোমৰা বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী ৷ গুলীয়াগুলীত নিহত হ’ল ৪ টা মাওবাদী । এগৰাকী মহিলাকে ধৰি তিনিটা মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Naxalites killed in encounter in Bijapur)।

Accident in Hatigaon: হাতীগাঁৱত পথ দুৰ্ঘটনাত নিহত স্কুটি আৰোহী

হাতীগাঁও নামঘৰৰ সমীপত পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত স্কুটি আৰোহী (Youth died in road accident ) ৷

Majuli Music Festival 2022 : গীত-নৃত্যৰ লহৰত মায়াময় হৈ পৰিছে জেংৰাই চাপৰি

প্ৰাকৃতিক পৰিৱেশৰ মাজত মায়াময় হৈ আছে মাজুলী । নৈ পাৰত নিশা দুপৰলৈ বাজিছে ভিন্ন গীত সুৰ ৷ কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীতে মন মুহিছে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শকৰ ৷ উল্লেখ্য যে, সত্ৰ নগৰী মাজুলীত তিনি দিনীয়াকৈ তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে মাজুলী মিউজিক ফেষ্টিভেল 2022 (Majuli Music Festival 2022) । মাজুলীৰ জেংৰাই চাপৰিত অনুষ্ঠিত হৈছে এই বৰ্ষৰ মিউজিক ফেষ্টিভেল ।

Anil Kapoor in Tezpur: তেজপুৰত বলীউডৰ অভিনেতা অনিল কাপুৰ

বিগত দিনকেইটাত ইজনৰ পৰা সিজন বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ সঘনাই আহ-জাহ চলিছে অসমলৈ ৷ শনিবাৰে তেজপুৰ বায়ুসেনা ঘাটিৰ এখন বিদ্যালয়ত উপস্থিত হয় বলীউডৰ তাৰকা অভিনেতা অনিল কাপুৰ (Anil Kapoor in Tezpur) ৷

Bike collided head on with truck: শিৱসাগৰত পথ দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী

শিৱসাগৰৰ গেমন দলঙৰ কাষত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকী বাইক আৰোহী ৷ মালবাহী ট্ৰাকৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.