ETV Bharat / state

গোৰেশ্বৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ধন লুণ্ঠনৰ অভিযোগ - fund

বিদ্যালয়ৰ শৌচালয়ৰ নামত আহা চৰকাৰী ধন, ছাত্ৰ ছাত্ৰীৰ ইউ‌নিফৰ্মৰ ধনৰ লগতে মধ্যাহ্ন বোজনৰ ক্ষেত্ৰতো কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছে ।  ৰাইজে এই সম্পৰ্কে বহুবাৰ শিক্ষকগৰাকীৰ লগত আলোচনা কৰে যদিও শিক্ষক গৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ।

বিদ্যালয়ৰ ধন আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে
author img

By

Published : Jun 1, 2019, 4:40 PM IST

বাক্সা, ১ জুনঃ গোৰেশ্বৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ১৫০নং ৰামপুৰ প্ৰথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে সহকাৰী শিক্ষক আৰু স্থানীয় ৰাইজে বিদ্যালয়ৰ উন্নয়নৰ ধন আত্মসাত কৰা বুলি অভিযোগ স্থানীয় ৰাইজৰ । তাৰোপৰি প্ৰধান শিক্ষক ডিম্বেশ্বৰ দাসে স্কুলত নিয়মীয়াভাৱে উপস্থিত নাথাকিও ৰেজিষ্ট্ৰাৰ বহীত মাহত এদিন আহিয়ে আটাইকেইদিনৰ চহী মাৰি থোৱা বুলি অভিযোগ উঠিছে । আনকি বিদ্যালয়ৰ শৌচালয়ৰ নামত আহা চৰকাৰী ধন, ছাত্ৰ ছাত্ৰীৰ ইউ‌নিফৰ্মৰ ধনৰ লগতে মধ্যাহ্ন বোজনৰ ক্ষেত্ৰতো কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছে । ৰাইজে এই সম্পৰ্কে বহুবাৰ শিক্ষকগৰাকীৰ লগত আলোচনা কৰে যদিও শিক্ষক গৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ।

বিদ্যালয়ৰ ধন আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

গোৰেশ্বৰ শিক্ষা খণ্ডৰ বিষয়াক এই সম্পৰ্কে অৱগত কৰিছিল যদিও ৰহস্যজনকভাৱে শিক্ষা বিষয়াগৰাকীয়েও মৌনতা অৱলম্বন কৰিছে । উপায়হীন হৈ ৰাইজে গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহায়ত শুকুৰবাৰে বিদ্যালয়ত এখন সভা পাতে । সভাত শিক্ষক ডিম্বেশ্বৰ দাস উপস্থিত থাকি বিদ্যালয়ৰ ধন তেওঁ নিজৰ কামত খৰচ কৰা বুলি স্বীকাৰ কৰে আৰু শনিবাৰে ১২বজাৰ ভিতৰত বিদ্যালয়ৰ ধন আৰু হিচাপ-পত্ৰ পৰিচালনা সমিতিক গতাই দি পৰিচালনা সমিতিৰ সম্পাদকৰ দায়িত্ব এৰিব বুলি জনায় যদিও বৰ্তমানলৈকে স্কুলত উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ।

লগতে আন এটা বাতৰি- দৰঙত বিদ্যালয়ৰ খেলপথাৰ মেৰামতিৰ নামত ধন লুন্ঠণৰ অভিযোগ!!

Intro:বিদ্যালয়ৰ উন্নয়ন ৰ ধন আত্মসাত কৰাৰ অভিযোগ এগৰাকী প্ৰধান শিক্ষক ৰ বিৰুদ্ধে।
সহযোগী শিক্ষক আৰু স্থানীয় ৰাইজে আনিলে এই অভিযোগ।
স্থানীয় ৰাইজ আৰু গোৰেশ্বৰ আঞ্চলিক ছাত্র সন্থাৰ যৌথ সভাত নিজ মুখে ধন আত্মসাত কৰা বুলি স্বীকাৰ কৰিলে প্ৰধান শিক্ষক ডিম্বেশ্বৰ দাস Body:তামুলপুৰ,১/৬/০১৯.
বাক্মা জিলাৰ গোৰেশ্বৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ১৫০নং ৰামপুৰ প্ৰথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে তেখেতৰে সহযোগী শিক্ষক আৰু স্থানীয় ৰাইজে বিদ্যালয়ৰ উন্নয়ন ৰ ধন আত্মসাত কৰা বুলি অভিযোগ আনিছে।
তথ্যসূত্ৰে ১৫০নং ৰামপুৰ প্ৰথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ দাসে স্কুলত নিয়মিত ভাবে উপস্থিত নাথাকিও ৰেজিষ্টাৰ বহীত মাহত এদিন আহিয়ে আটাই কেইদিনৰ চহী মাৰি থয়।বিদ্যালয়ৰ শৌছালয়ৰ নামত আহা চৰকাৰী ধন ছাত্ৰ ছাত্ৰী ৰ ইউ‌নিফ্ৰমৰ ধন আনকি মধাণ্যভোজনৰো ধন শিক্ষক গৰাকীয়ে আত্মসাত কৰা বুলি ৰাইজে কয়। ৰাইজে এই সম্পৰ্কে বহুবাৰ শিক্ষক গৰাকীৰ লগত আলোচনা কৰে যদিও শিক্ষক গৰাকীয়ে কোনো গুৰুত্ব নিদিলে।গোৰেশ্বৰ শিক্ষা খণ্ডৰ বিষয়া গৰাকীয়ে ও এই সম্পৰ্কে ৰহস্য পূৰ্ণ ভাবে মৌনতা অৱলম্বন কৰিছে।উপায় হিন হৈ ৰাইজে গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থা ক লৈ ৩১/৫/১৯ইং তাৰিখে বিদ্যালয়ত এখন সভা পাতে।এই সভাত শিক্ষক ডিম্বেশ্বৰ দাস উপস্থিত থাকি বিদ্যালয়ৰ ধন তেখেতে নিজ কামত খৰচ কৰা বুলি স্বীকাৰ কৰে,আৰু ১/৬/১৯ তাৰিখৰ দিনৰ ১২বজাৰ ভিতৰত বিদ্যালয়ৰ ধন আৰু তেখেতৰ তাত থকা হিচাব পত্ৰ পৰিচালনা সমিতিক গতাই দি তেখেতেও পৰিচালনা সমিতিৰ সম্পাদকৰ দায়িত্ব এৰিব বুলি জনায় যদিও আজি বৰ্তমানলৈ তেখেত স্কুলত উপস্থিত হোৱা নাই।
উল্লেখ্য যে শিক্ষক ডিম্বেশ্বৰ দাসে ৩১/৫/১৯তাৰিখে চৰকাৰী ভাবে অৱসৰ গ্ৰহণ কৰিলে যদিও স্কুলৰ হিচাব পত্ৰ আৰু ধন আত্মসাত কৰি পৰিচালনা সমিতিক উভতাই দিব নোৱাৰাৰ বাবে স্কুল সমিতিয়ে তেখেতক ৰিলিছ নিদিলে।

তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.