ETV Bharat / sports

ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন অসমৰ টাইকোৱাণ্ডো দলৰ - টাং ছো ড' চেম্পিয়নশ্বিপ

নাচিকত অনুষ্ঠিত হোৱা সপ্তম সংখ্যক ৰাষ্ট্ৰীয় টাং ছো ড' চেম্পিয়নশ্বিপত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ল অসমৰ টাইকোৱাণ্ডো দলে । আঁজুৰি আনিলে 10 টা সোণৰ, 5টা ৰূপৰ আৰু 13টা ব্ৰঞ্জৰ পদক ৷

tang soo do competition
অসমৰ টাইকোৱাণ্ডো দল
author img

By

Published : Jan 31, 2020, 5:22 PM IST

গুৱাহাটী,31 জানুৱাৰীঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ টাইকোৱাণ্ডো দল ৷ চলিত মাহৰ ২৪ৰ পৰা ২৬ তাৰিখলৈ নাচিকত অনুষ্ঠিত হোৱা সপ্তম সংখ্যক ৰাষ্ট্ৰীয় টাং ছো ড' চেম্পিয়নশ্বিপত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ল অসম দলে। অসমৰ পৰা ১৭ জনীয়া এটা দলে অংশগ্ৰহণ কৰিছিল এই চেম্পিয়নশ্বিপত । প্ৰতিযোগিতাৰ বিভিন্ন শাখাত মুঠ ২৮ টাকৈ পদক আঁজুৰিবলৈ সক্ষম হয় অসমে । ইয়াৰে ১০ টা সোণ, ৫টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰ পদক। ইয়াৰোপৰি অসমৰ সুন্দৰ প্ৰদৰ্শন আৰু পৰিপাটিৰ বাবে অসম দলে শ্ৰেষ্ঠ নিয়মানুৱৰ্তিতা বঁটা লাভ কৰিবলৈও সক্ষম হয় । উল্লেখযোগ্য যে, দেশৰ মুঠ ১৪খন ৰাজ্যৰ প্ৰায় ৫০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাখনত।

সপ্তম সংখ্যক ৰাষ্ট্ৰীয় টাং ছো ড' চেম্পিয়নশ্বিপ

লগতে পঢ়কঃচতুৰ্থ খন টি-20ঃ 166 ৰানৰ লক্ষ্য ভাৰতৰ

Intro:পুণৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ টাইকাণ্ডোৰ দল। চলিত মাহৰ ২৪ৰ পৰা ২৬ তাৰিখলৈ নাচিকত অনুষ্ঠিত হোৱা সপ্তম সংখ্যক ৰাষ্ট্ৰীয় টাং ছো ড' চেম্পিয়নশ্বিপত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ল অসম দলে। অসমৰ পৰা ১৭ জনীয়া এটা দলে অংশগ্ৰহণ কৰিছিল এই চেম্পিয়নশ্বিপত। প্ৰতিযোগিতাৰ বিভিন্ন শাখাত মুঠ ২৮টাকৈ পদক আজুৰিবলৈ সক্ষম হয় অসমে। ইয়াৰে ১০ টা সোণ, ৫টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰ পদক। ইয়াৰোপৰি অসমৰ সুন্দৰ প্ৰদৰ্শন আৰু পৰিপাটিৰ বাবে অসম দলে শ্ৰেষ্ঠ নিয়মানুৱৰ্তিতা বঁটা লাভ কৰিবলৈও সক্ষম হয়। উল্লেখযোগ্য যে দেশৰ মুঠ ১৪খন ৰাজ্যৰ প্ৰায় ৫০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত।
Byte - প্ৰশিক্ষক
Video RTU format Body:Hirul HaqueConclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.