ETV Bharat / sports

বিপদে লগ এৰা নাই প্লেছি বাহিনীক - শ্ৰীলংকা বনাম দক্ষিণ আফ্ৰিকা

শুকুৰবাৰে বিশ্বকাপৰ এখন মেচত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ'ব শ্ৰীলংকা দল । কিন্তু আঘাতৰ বাবে দক্ষিণ আফ্ৰিকা দলৰ অন্যতম খেলুৱৈ ডেভিদ মিলাৰ বাহিৰ হৈছে ।

দক্ষিণ আফ্ৰিকা বনাম শ্ৰীলংকা
author img

By

Published : Jun 28, 2019, 9:14 AM IST

Updated : Jun 28, 2019, 11:16 AM IST

নিউজ ডেস্ক, ২৮ জুন : বিশ্বকাপৰ ৩৫ সংখ্যক মেচত শুকুৰবাৰে মুখামুখি হ'ব শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকা দল । কিন্তু দুৰ্ভাগ্যই লগ এৰা নাই ইতিমধ্যেই ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হোৱা দক্ষিণ আফ্ৰিকা দলক । আঘাতৰ বাবে দলটোৰ অন্যতম বেটছমেন ডেভিদ মিলাৰে মেচ খনৰ পৰা বাহিৰ হৈছে । উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ বেটছমন গৰাকীয়ে পাকিস্তানৰ বিৰুদ্ধে ২৩ জুনৰ মেচত ফিল্ডিং কৰা সময়ত আঘাতপ্ৰাপ্ত হৈছিল ।

ETV BHARAT ASSAM
লাচিথ মালিংগা

মিলাৰ দলৰ পৰা বাহিৰ হ'লেও শুকুৰবাৰৰ মেচত দক্ষিণ আফ্ৰিকাৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব অধিনায়ক ফাফ ডু প্লেছি, ইমৰান তাহিৰ, কাগিছো ৰাবাডাই । ইয়াৰোপৰি, শ্ৰীলংকাৰ হৈ ডিমুথ কৰুণাৰত্নে, লাচিথ মালিংগাই মুখ্য ভূমিকা পালন কৰাৰ আশা প্ৰকাশ কৰা হৈছে ।

ETV BHARAT ASSAM
ফাফ ডু প্লেছি

MILLER TO MISS TODAY'S MATCH

বিপদে লগ নেৰা হ'ল প্লেছি বাহিনীক

নিউজ ডেস্ক, ২৮ জুন : বিশ্বকাপৰ ৩৫ সংখ্যক মেচত শুকুৰবাৰে মুখামুখি হ'ব শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকা দল । কিন্তু দুৰ্ভাগ্যই লগ এৰা নাই ইতিমধ্যেই ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হোৱা দক্ষিণ আফ্ৰিকা দলক । আঘাতৰ বাবে দলটোৰ অন্যতম বেটছমেন ডেভিদ মিলাৰে মেচ খনৰ পৰা বাহিৰ হৈছে । উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ বেটছমন গৰাকীয়ে পাকিস্তানৰ বিৰুদ্ধে ২৩ জুনৰ মেচত ফিল্ডিঙ কৰাক সময়ত আঘাতপ্ৰাপ্ত হৈছিল । 
Last Updated : Jun 28, 2019, 11:16 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.