ETV Bharat / sports

লাডাখত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ধোনীয়ে - Independence Day

কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা হোৱাৰ পাচতেই লাডাখত স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা লেফটেনেন্ট কৰ্নেল মহেন্দ্ৰ সিং ধোনীয়ে ৷ বৰ্তমান 2 মাহৰ বাবে ভাৰতীয় সেনাৰ সৈতে প্ৰশিক্ষণ শিৱিৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ধোনীয়ে ৷

প্ৰথমবাৰৰ বাবে লাডাখত ধোনীয়ে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা
author img

By

Published : Aug 12, 2019, 12:02 AM IST

স্পৰ্টছ ডেস্ক, 11 আগষ্টঃ স্বাধীনতা দিৱসৰ মাজত এতিয়া মাথো তিনিটা দিন ৷ কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা হোৱাৰ পাচতেই লাডাখত স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰিব ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ৷ 2 মাহৰ বাবে ভাৰতীয় সেনাৰ সৈতে প্ৰশিক্ষণ গ্ৰহণত ব্যস্ত ধোনী ৷ উল্লেখ্য যে, 5 আগষ্টত জম্মু-কাশ্মীৰৰ পৰা ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছতে লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে । যোৱা 30 জুলাই তাৰিখে শ্ৰীনগৰত 106 নং টেৰিটৰিয়েল আৰ্মি বেটেলিয়ান (পেৰা) ফৰ্চত যোগদান কৰিছিল ধোনীয়ে । বৰ্তমান 2 সপ্তাহৰ বাবে ভাৰতীয় সেনাৰ সৈতে জম্মু-কাশ্মীৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ধোনীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.