ETV Bharat / sports

আইচিচি এদিনীয়া ৰেংকিঙৰ শীৰ্ষত বিৰাট-বুমৰাহ - আইচিচি এদিনীয়া ৰেংকিঙৰ শীৰ্ষত বিৰাট-বোমৰাহ

আইচিচি এদিনীয়া ক্ৰিকেট ৰেংকিঙত পুনৰ ভাৰতীয় খেলুৱৈৰ দপ-দপণি ৷ বেটিঙৰ শীৰ্ষত কোহলি থকাৰ বিপৰীতে বলিঙৰ শীৰ্ষত বুমৰাহ ৷

আইচিচি এদিনীয়া ৰেংকিঙৰ শীৰ্ষত বিৰাট-বোমৰাহ

author img

By

Published : Jan 20, 2020, 9:08 PM IST

স্পৰ্টছ ডেস্ক, 20 জানুৱাৰীঃ শেহতীয়াকৈ প্ৰকাশ পোৱা আইচিচি এদিনীয়া ৰেংকিঙত ভাৰতীয় খেলুৱৈৰ দপ-দপণি ৷ আইচিচি এদিনীয়া ৰেকিঙৰ বেটিঙত 886 পইণ্টেৰে বিৰাট কোহলি প্ৰথম স্থান দখল কৰাৰ বিপৰীতে 868 পইণ্টেৰে দ্বিতীয় স্থানত আছে ৰোহিত শৰ্মা ৷ আনহাতে তৃতীয় স্থানত আছে পাকিস্তানৰ বাবৰ আজম ৷ ইপিনে শিখৰ ধাৱনে 15 সংখ্যক স্থান দখল কৰাৰ বিপীৰিতে কে.এল ৰাহুলে 50 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ শৃংখলাত 229 ৰান সংগ্ৰহ কৰা অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথে 4 স্থানৰ অগ্ৰগতিৰে 23 সংখ্যক স্থানত উপনীত হৈছে ৷

আইচিচি এদিনীয়া ক্ৰিকেট ৰেংকিঙ (বলিং)
আইচিচি এদিনীয়া ক্ৰিকেট ৰেংকিঙ (বলিং)

ইপিনে বলিঙৰ তালিকাতো শীৰ্ষতো স্থান দখল কৰিবলৈ সক্ষম হয় ভাৰতীয় খেলুৱৈয়ে ৷ 764 পইণ্টেৰে প্ৰথম স্থানত অধিষ্ঠিত হয় জছপ্ৰীত বুমৰাহ ৷ ইপিনে দ্বিতীয় স্থানত 737 পইণ্টেৰে ট্ৰেণ্ট বল্ট আৰু 701 পইণ্টেৰে তৃতীয় স্থানত আছে আফগানিস্তানৰ মুজিবৰ ৰহমান ৷ ইয়াৰ লগতে দক্ষিণ আফ্ৰিকাৰ কাগিছো ৰাৱাডাই চতুৰ্থ স্থানত থকাৰ বিপৰীতে পঞ্চম স্থানত আছে পেট কামিন্স

আইচিচি এদিনীয়া ক্ৰিকেট ৰেংকিঙ (বেটিং)
আইচিচি এদিনীয়া ক্ৰিকেট ৰেংকিঙ (বেটিং)

ইপিনে অল ৰাউণ্ডাৰৰ ৰেংকিঙত দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰবিন্দ্ৰ জাডেজাই ৷ প্ৰথম স্থানত ইংলেণ্ডৰ বেন ষ্টক’ছ থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে আফগানিস্তানৰ মহম্মদ নাবী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.