ETV Bharat / sitara

আৰ্থিক সংকটত ভুগিছে নেকি কণ্ঠশিল্পী সোণা মহাপাত্ৰ?

author img

By

Published : May 25, 2021, 9:56 AM IST

ক’ভিডৰ পূৰ্বে নিৰ্মাণ কৰা কণ্ঠশিল্পী সোণা মহাপাত্ৰৰ তথ্যচিত্ৰ ‘চাট্ আপ সোণা’ৰ বাবে তেওঁৰ সকলো সঞ্চয় কৰা ধন ব্যয় হয় ৷ বৰ্তমান লক ডাউনৰ বাবে উপাৰ্জনৰ কোনো উপায় নাই সোণাৰ হাতত ৷

Sona Mohapatra
সোণা মহাপাত্ৰ

চিটাৰা ডেস্ক,25 মে’: সোমবাৰে ছ’চিয়েল মিডিয়াযোগে ক’ভিড মহামাৰীৰ পূৰ্বে ব্যয় হোৱা সঞ্চয় ধন সম্পৰ্কে অৱগত কৰে বলীউডৰ কণ্ঠশিল্পী সোণা মহাপাত্ৰই ৷ ক’ভিডৰ পূৰ্বে নিৰ্মাণ কৰা সোণা মহাপাত্ৰৰ তথ্যচিত্ৰ ‘চাট্ আপ সোণা’ৰ বাবে তেওঁৰ সকলো সঞ্চয় কৰা ধন খৰচ হৈছিল ৷ ইফালে বৰ্তমান লক ডাউনৰ বাবে উপাৰ্জনৰ কোনো উপায় তেওঁৰ হাতত নাই বুলি কণ্ঠশিল্পীগৰাকীয়ে দুখ প্ৰকাশ কৰে ৷

টুইটযোগে সোণাই কয় যে, তেওঁৰ এই ছবিখন বিশ্বৰ বিভিন্ন ঠাইত প্ৰদৰ্শিত হৈছে যদিও ছবিখনৰ নিৰ্মাণৰ বিনিময়ত সকলো সঞ্চয় ধন শেষ হৈ যায় ৷ এক পৃথক টুইটযোগে কণ্ঠশিল্পীগৰাকীয়ে ঘোষণা কৰে যে, তেওঁৰ তথ্যচিত্ৰখনে নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ 2022ত ‘শ্ৰেষ্ঠ তথ্যচিত্ৰ’ৰ শ্ৰেণীত মনোনীত হৈছে ।

  • Pain is inevitable, suffering is optional..
    making happy whenever I can. My film #ShutUpSona is yet travelling to places around the world & winning festivals.All my savings went into this film, just before the pandemic broke & stopped us in our tracks with no means of income. pic.twitter.com/guFE5gOnmb

    — Sona Mohapatra (@sonamohapatra) May 24, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তথ্যচিত্ৰখন পৰিচালনা কৰিছে দীপ্তি গুপ্তাই ৷ এগৰাকী কণ্ঠশিল্পী হিচাপে সোণাৰ যাত্ৰা, তেওঁৰ সংগীতৰ ব্ৰেণ্ড, সংস্কৃতিৰ প্ৰতি ভালপোৱা আদি গোটেই দিশটো ছবিখনত প্ৰতিফলিত হৈছে ৷

লগতে পঢ়ক : অসমীয়া ছবি পৰিচালক দাৰা আহমেদ আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.