ETV Bharat / sitara

প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে ফটো শ্বেয়াৰ মালাইকাৰ

author img

By

Published : Apr 14, 2021, 4:48 PM IST

বলীউডৰ অভিনেত্ৰী মালাইকা আৰোৰাই শেহতীয়াকৈ প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে শ্বেয়াৰ কৰা এখন ফটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে ফটো শ্বেয়াৰ মালাইকাৰ
প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে ফটো শ্বেয়াৰ মালাইকাৰ

চিটাৰা ডেস্ক,14 এপ্ৰিল: বলীউডৰ অভিনেত্ৰী মালাইকা আৰোৰাই শেহতীয়াকৈ প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে শ্বেয়াৰ কৰা এখন ফটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । বুধবাৰে মালাইকাই দুখন ফটো শ্বেয়াৰ কৰিছিল । তাৰে এখনত মালাইকাই এটা হীৰাৰ আঙুঠি পিন্ধা দেখিবলৈ পোৱা গৈছে ।

প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে শ্বেয়াৰ কৰা ফটোখন অজস্ৰ লাইক, কমেন্টৰে ভৰি পৰিছে । অনুৰাগীসকলে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰাও দেখিবলৈ পোৱা গৈছে । মালাইকা আৰু অৰ্জুনৰ মাজত দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক থকাৰ অন্তত অৱশেষত সকলোৰে আগত মুকলি কৰে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ কথা ।

লগতে পঢ়ক: কেনে আছিল ৰণবীৰ-ঋষি কাপুৰৰ সম্পৰ্ক?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.