ETV Bharat / sitara

ক'ভিড-19ৰোধৰ বাবে পুনৰ 3 কোটি টকা দিলে অক্ষয় কুমাৰে - প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ অক্ষয় কুমাৰৰ 25 কোটি টকা

অক্ষয় কুমাৰে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ 25 কোটি টকা দিয়াৰ পিছত এইবাৰ ব্ৰিহান মুম্বাই পৌৰ নিগমক দিলে 3 কোটি টকা ৷ অভিনেতা গৰাকীয়ে এই টকাখিনি মাস্ক আৰু কভিড-19 টেষ্টিং কিট কিনিবৰ বাবে প্ৰদান কৰে ৷

Akshay Kumar pledges Rs 3 cr to BMC for COVID-19 relief
এইবাৰ ব্ৰিহান মুম্বাই পৌৰ নিগমক 3 কোটি দিলে অক্ষয় কুমাৰে
author img

By

Published : Apr 10, 2020, 5:37 PM IST

চিটাৰা ডেস্ক,10 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ যুদ্ধখনত মহামাৰীৰ পৰা হাত সাৰিবৰ বাবে বলীউড তাৰকাসকলে পাৰ্যমানে সহায় কৰিছে চৰকাৰক ৷ এই যুদ্ধখনত যুঁজ দিবৰ বাবে সকলো আগবাঢ়ি আহিছে আন্তৰিকতাৰে ৷

বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে প্ৰথমে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ 25 কোটি টকা দিয়াৰ পিছত এইবাৰ 3কোটি টকা প্ৰদান কৰিছে ব্ৰিহান মুম্বাই পৌৰ নিগমক ৷ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে একত্ৰিত হৈছে বিশ্ববাসী ৷ এই সময়ত ভাৰতৰ বলীউড তাৰকাই ছ'চিয়েল মিডিয়া যোগে কৰ'ণাৰ বিৰুদ্ধে সজাগ কৰি থকাৰ লগতে আগবঢ়াইছে আৰ্থিক অনুদান ৷

জানিব পৰা মতে, ব্ৰিহান মুম্বাই পৌৰ নিগমৰ ওচৰত শ্ৰমিকক দিবৰ বাবে মাস্কৰ পৰিমাণ কমি যোৱাত সহায় কৰিবলৈ আগবাঢ়ি আহিল অভিনেতা অক্ষয় কুমাৰ ৷ অভিনেতাগৰাকীয়ে 3 কোটি টকা মাস্ক আৰু ক'ভিড-19 টেষ্টিং কিট কিনিবৰ বাবে প্ৰদান কৰে ব্ৰিহান মুম্বাই পৌৰ নিগমক ৷

লগতে পঢ়কঃয়ামী গৌতমৰ জীৱন সংগী হ'বলৈ লাগিব এইকেইটা গুণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.