ETV Bharat / jagte-raho

হেৰ’ইনসহ দুই ব্যৱসায়ীক গ্ৰেপ্তাৰ কলকাতা আৰক্ষীৰ

নিচাযুক্ত দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ কলকাতা আৰক্ষীৰ ৷ প্ৰায় 100 কোটি মূল্যৰ 25 কিলোগ্ৰাম হেৰ’ইনসহ দুই ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

Kolkata Police seizes 25 kg of heroin
হেৰ’ইনসহ দুই ব্যৱসায়ীক গ্ৰেপ্তাৰ কোলকাতা আৰক্ষীৰ
author img

By

Published : Jan 21, 2020, 5:29 PM IST

নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃ পশ্চিমবংগৰ ৰাজধানী কলকাতাত মঙলবাৰে নিচাযুক্ত দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ জেষ্ঠ আৰক্ষী বিষয়া এগৰাকীয়ে উল্লেখ কৰে যে, 25 কিলোগ্ৰাম হেৰ’ইনসহ দুই ব্যৱসায়ী গ্ৰেপ্তাৰ হয় ৷ আনহাতে বিষয়াগৰাকীয়ে জব্দকৃত দ্ৰব্যখিনিৰ মূল্য প্ৰায় 100 কোটিৰো অধিক বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে মঙলবাৰে উত্তৰ প্ৰদেশ আৰু মণিপুৰৰ দুই কুখ্যাত ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে দুইগৰাকী লোকৰ বিৰুদ্ধে এনডিপিএচ ধাৰা অনুসৰি গোচৰ ৰুজু কৰা হয় ৷ বৰ্তমান এই এই সম্পৰ্কে অনুসন্ধান চলাই থকা হৈছে ৷ আনহাতে আৰক্ষী বিষয়া গৰাকীয়ে উল্লেখ কৰে যে এই বৃহৎ নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় কেৱল কলকাতাই নহয় পশ্চিমবংগৰ বিভিন্ন ঠাইৰ উপৰিও উত্তৰ-পূৱটো এই অবৈধ বেহা চলি আছে ৷

আৰু পঢ়কঃৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীক ‘বিকৃত ডিজাইন’ আখ্যা প্ৰকাশ আম্বেদকাৰৰ

ZCZC
PRI ERG ESPL NAT
.KOLKATA CES2
WB-HEROIN-SEIZURE (R)
Kolkata Police seizes 25 kg of heroin
         (Eds: Changing word in intro)
         Kolkata, Jan 21 (PTI) In one of the biggest drug
seizures in the city, the Kolkata Police arrested two persons
and confiscated 25 kilogram of heroin from their possession on
Tuesday, a senior police officer said.
         The market price of the seized heroin could be Rs 100
crore or more, the officer said.
         Acting on a tip-off, personnel of the Anti-Terrorism
Squad (ATS) conducted a raid at a house in the city's Paikpara
area in the early hours of Tuesday and nabbed one UP-based
narcotics drug dealer along with his Manipuri partner, he
said.
         "We have seized heroin weighing approximately 25.255
kg. Both the persons have been booked under the NDPS Act and
an investigation into the matter is going on," the officer
said.
         "This is one of the biggest seizures of heroin not
only in Kolkata area but also in West Bengal and the
Northeast," the officer claimed. PTI SCH RG
ACD
ACD
01211252
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.