ETV Bharat / international

গণি ধুমুহাঃ ফিলিপাইনচত মৃতকৰ সংখ্যা 16 লৈ বৃদ্ধি

author img

By

Published : Nov 2, 2020, 5:50 PM IST

গণি এক প্ৰকাৰৰ শক্তিশালী ধুমুহা, যাৰ গতি কেন্দ্ৰৰ ওচৰত 225 কিলোমিটাৰ প্ৰতি ঘণ্টা আছিল ৷ ফিলিপাইনচত খুন্দা মৰা বছৰটোৰ এয়া 18 টো ধুমুহা ৷

Death toll from typhoon Goni in Philippines reaches 16
গণি ধুমুহাঃ ফিলিপাইনচত মৃতকৰ সংখ্যা 16 লৈ বৃদ্ধি

নিউজ ডেস্ক, 2 নবেম্বৰ : ফিলিপাইনচৰ নিউ জ‘নৰ মুখ্য দ্বীপৰ দক্ষিণাঞ্চলত এইবাৰৰ সবাতোকৈ শক্তিশালী ধুমুহা গণিয়ে তচনচ কৰি গৈছে ৷ এই ভয়ংকৰ ধুমুহাই সোমবাৰ পৰ্যন্ত 16 গৰাকী লোকৰ প্ৰাণ কাঢ়ি নিছে ৷ তদুপৰি এই ভয়ংকৰ ধুমুহাৰ ফলত 3.9 লাখ লোকক বিপদজনক স্থানৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিতও কৰা হৈছে ৷ এই শক্তিশালী ধুমুহাই সবাতোকৈ অধিক ক্ষতিগ্ৰস্ত কৰিছে দেশখনৰ মুখ্য আইচলেণ্ড নিউ জ‘নত পেলাইছে ৷ সম্প্ৰতি 3.45 লাখ লোক চৰকাৰী আশ্ৰয় শিৱিৰত আশ্ৰয় লৈ থকা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, গণি এক প্ৰকাৰৰ শক্তিশালী ধুমুহা, যাৰ গতি কেন্দ্ৰৰ ওচৰত 225 কিলোমিটাৰ প্ৰতি ঘণ্টা আছিল ৷ ফিলিপাইনচত খুন্দা মৰা বছৰটোৰ এয়া 18 টো ধুমুহা ৷

লগতে পঢ়ক : যেতিয়া প্ৰথমবাৰৰ বাবে ইৰফানে পুত্ৰক মঞ্চত দেখিছিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.