ETV Bharat / elections

মহানগৰীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰঞ্জিত দাস

author img

By

Published : Apr 16, 2019, 7:43 PM IST

গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ প্ৰচাৰত নামিল ৰঞ্জিত দাস

মহানগৰীত নিৰ্বাচনী প্ৰচাৰত নামিল ৰঞ্জিত দাস

গুৱাহাটী, ১৬ এপ্ৰিলঃ তুংগত উঠিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে সকলো ৰাজনৈতিক দলে হাতত লৈছে ভিন্ন পন্থা ৷ মঙলবাৰে দিশপুৰ মণ্ডলৰ বিজেপিৰ উদ্যোগত মহানগৰীৰ নাৰেংগী ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হয় এক নিৰ্বাচনী সভা ৷ এই নিৰ্বাচনী সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে বহু নেতা কৰ্মী ৷ সভাৰ পূৰ্বে সভাপতি ৰঞ্জিত দাসক এক বাইক ৰেলীৰে আদৰি আনে বিজেপি কৰ্মীসকলে ৷ ৰাইজলৈ সভাপতিৰ আহ্বান ২৩ এপ্ৰিলত এক ভাল সিদ্ধান্ত ল'ব নাৰেংগী অঞ্চলৰ ভোটাৰে ৷ মূলতঃ লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী কুইন ওজাক জয়ী কৰোৱাৰ উদ্দেশ্যে এই নিৰ্বাচনী সভা অনুষ্ঠিত হৈছে ৷

তুংগত উঠিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে সকলো ৰাজনৈতিক দলে হাতত লৈছে ভিন্ন পন্থা ৷ মঙলবাৰে দিশপুৰ মণ্ডলৰ বিজেপিৰ উদ্যোগত মহানগৰীৰ নাৰেঙ্গী ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হয় এক নিৰ্বাচনী সভা ৷ এই নিৰ্বাচনী সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিত দাসৰ লগতে বহু নেতা,কৰ্মী ৷ সভাৰ পূৰ্বে সভাপতি ৰনজিত দাসক এক বাইক ৰেলীৰে আদৰি আনে কৰ্মী সকলে ৷ মূলত: লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী কুইন ওজাক জয়ী কৰোৱাৰ উদ্দেশ্যে এই নিৰ্বাচনী সভা অনুষ্ঠিত হৈছে ৷ ৰাইজলৈ সভাপতিৰ আহ্বান 23 এপ্ৰিলত এক ভাল সিদ্ধান্ত ল'ব নাৰেংগী অঞ্চলৰ ভোটাৰে ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.