ETV Bharat / city

নগাঁৱত চৰকাৰৰ শ্ৰমিক বিৰোধী আইনৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ

চৰকাৰৰ শ্ৰমিক বিৰোধী আইনৰ বিৰুদ্ধে চি আৰ ইউ, এফ এম আৰ আৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

চৰকাৰৰ শ্ৰমিক বিৰোধী আইনৰ বিৰোধীতা
author img

By

Published : Aug 17, 2019, 2:27 PM IST

নগাঁও, 17 আগষ্ট : শ্ৰম আইন সংশোধনৰ নামত চৰকাৰে শ্ৰমিক বিৰোধী আইন, 1976 বাতিল কৰিব খোজা কাৰ্যত জাঙুৰ খাই উঠিছে শ্ৰমিক সংগঠন চি আৰ ইউ আৰু এফ এম আৰ আই কৰ্মচাৰী সন্থা ৷ এই দুয়োটা সংগঠনৰ উদ্যোগত শনিবাৰে নগাঁও চহৰত ৰূপায়ন কৰা হয় এক প্ৰতিবাদী কাৰ্য্যসূচী ৷ নগাঁৱৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত কেবাশতাধিক কৰ্মচাৰীয়ে বিভিন্ন শ্লগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদৰ পাছত শ্ৰমিক বিৰোধী আইন ১৯৭৬ বাহাল ৰখাৰ দাবীত সহকাৰী শ্ৰম আয়ুক্তৰ জৰিয়তে প্ৰতিবাদী সংগঠন দুটাই দেশৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

নগাঁৱত শ্ৰমিকৰ প্ৰতিবাদ

Intro:চৰকাৰৰ শ্ৰম বিৰোধী আইনৰ বিৰূদ্ধে নগাঁৱত চি আৰ ইউ, এফ এম আৰ আই ৰ প্ৰতিবাদ।

Body:শ্ৰম আইন সংশোধনৰ নামত চৰকাৰে চেলছ প্ৰমোচন এমপ্লইজ আইন ১৯৭৬ বাতিল কৰিব বিচৰা কাৰ্য্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চি আৰ ইউ আৰু এফ এম আৰ আই কৰ্মচাৰী সন্থা। সন্থাটোৰ উদ্যোগত শনিবাৰে নগাঁৱত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্য্যসূচী। কেবাশতাধিক কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নগাঁৱৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত। চেলছ প্ৰমোচন এমপ্লইজ আইন ১৯৭৬ বাহাল ৰখাৰ দাবীত সহকাৰী শ্ৰম আয়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
bite-
------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৭-৮-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.