ETV Bharat / city

আৰম্ভ হৈছে নেকি সুৰাৰ ৰাজনীতি !! - liquor politics

নগাঁৱত কার্টনে কার্টনে জব্দ বিলাতী সুৰাৰ বটল

author img

By

Published : Mar 24, 2019, 11:56 PM IST

নগাঁও, 24 মাৰ্চ : লোকসভা নিৰ্বাচনক লৈ মাজত মাথো কেইটামান দিন থকা অৱস্থাতে নগাঁৱত কার্টনে কার্টনে জব্দ বিলাতী সুৰা । নগাঁও জিলাৰ আৰক্ষী,আবকাৰী বিভাগ আৰু আৰক্ষী অধীক্ষকৰ দ্বাৰা গঠন কৰা ফ্লায়িং স্কোৱাৰডে অভিযান চলাই উদ্ধাৰ কৰে বিলাতী সুৰাখিনি ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত, দেওবাৰে AS-02-BC-7095 নম্বৰৰ এখন টাটা মেজিক গাড়ীযোগে নগাঁৱৰ শিয়ালমাৰীৰ পৰা আনুৱাৰ হুছেইন নামৰ যুৱক এজনে কামপুৰ কঁচুৱালৈ ৪২ কাৰ্টন বিলাতী সুৰা লৈ যোৱা অৱস্থাত হাতে লোটে সুৰাসহ গাড়ী খন জব্দ কৰে নগাঁও আৰক্ষীয়ে ৷ ইপিনে নিৰ্বাচনৰ কাৰণে এই বৃহৎ পৰিমাণৰ সুৰা নিয়া বুলি সন্দেহ কৰা হৈছে, যদিও বৰ্তমানেও নিৰুপণহোৱা নাই সত্যতা ৷ আৰক্ষীয়ে যুৱকজনক আটক কৰি অব্যাহত ৰাখিছে তদন্ত ৷

কার্টনে কার্টনে জব্দ বিলাতী সুৰা

Intro:নিৰ্বাচনৰ পূৰ্বে নগাঁৱত কার্টুনে কার্টুনে জব্দ বিলাতী সুৰা। আৰম্ভ হৈছে সুৰাৰ ৰাজনীতিBody:আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে নগাঁও জিলাৰ আৰক্ষী,অৱকাৰী বিভাগ,আৰু আৰক্ষী অধীক্ষকৰ দ্বাৰা গঠন কৰা ফ্লায়িং স্কুৱাৰডৰ বিশেষ সাফল্য। এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে নগাঁৱৰ শিয়ালমাৰীৰ পৰা আনুৱাৰ হুছেইন নামৰ যুৱক এজনে কামপুৰ কঁচুৱালৈ AS-02-BC-7095 নম্বৰৰ এখন টাটা মেজিক গাড়ীত ৪২ কাৰ্টুন বিলাতী সুৰা লৈ যোৱা অৱস্থাত হাতে লোতে ধৰে আৰু সুৰা সহ গাড়ী খন জব্দ কৰিবলৈ সক্ষম হয়। নিৰ্বাচনৰ কাৰণে এই বৃহৎ পৰিমাণৰ সুৰা নিয়া বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে জব্দ কৰা এই বৃহৎ পৰিমাণৰ সুৰা কোন ৰাজনৈতিক দলৰ আছিল সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই। Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.