ETV Bharat / city

ছয়গাঁৱত ডি ভোটাৰৰ আত্মহত্যা - ছয়গাঁৱত বিদেশী বুলি চিনাক্ত ব্যক্তিৰ আত্মহত্যা

ছয়গাঁৱৰ চাম্পুপাৰা গাঁৱত অঘটন । বিদেশী বুলি চিনাক্ত হোৱা ব্যক্তিয়ে কৰিলে আত্মহত্যা ৷

আত্মহত্যাৰ পথ বাচি লোৱা জংশেৰ আলী
author img

By

Published : Oct 13, 2019, 10:50 AM IST

ছয়গাঁও,13 অক্টোবৰ: ছয়গাঁৱৰ চাম্পুপাৰা গাঁৱত এজন 55 বছৰীয়া লোকে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে । আত্মহত্যা কৰা লোকজনৰ নাম জংশেৰ আলী। পৰিয়ালৰ লোকে জনোৱা মতে, বিদেশী ন্যায়াধীকৰণ আদালতৰ গোচৰত মৃত জংশেৰ আলী বিদেশী বুলি চিনাক্ত হৈছিল । আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি সৰ্বস্বান্ত হৈ পৰা লোকজনে অৱশেষত আত্মহত্যাৰ পথ বাচি ল'বলগীয়া হয় ।জানিব পৰা মতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাত পৰিয়ালৰ অন্য়ান্যসকলৰ নাম অহাৰ পাচতো জংশেৰৰ নাম অহা নাছিল ৷ এনে কাৰণতেই হতাশাত ভূুগি লোকজনে চূড়ান্ত পথ বাচি লয় বুলি সন্দেহ কৰা হৈছে ৷

ছয়গাঁৱত বিদেশী বুলি চিনাক্ত ব্যক্তিৰ আত্মহত্যা

Intro:Body:ছয়গাঁৱৰ চাম্পুপাৰা গাঁৱত অঘটন। D Voterক কেন্দ্ৰ কৰি এজনৰ আত্মহনন। লোকজন ৫৫ বছৰীয়া জংশেৰ আলী। FTCৰ গোচৰত বিদেশী বুলি চিনাক্ত জংশেৰ আলী। আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি সৰ্বশ্ৰান্ত লোকজনৰ অৱশেষত আত্মহত্যা। আত্মীয়ৰ নাম আছে NRCত। পৰিয়ালটোৰ একমাত্ৰ D Voter জংশেৰ আলী।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.