ETV Bharat / city

ডিব্ৰুগড়ত জীৱিকা মিছনৰ অধীনত মহিলাক স্কুটী প্ৰদান

ডিব্ৰুগড়ত মন্ত্ৰী বিমল বৰাই জীৱিকা মিছনৰ অধীনত কেইবাগৰাকী মহিলাক প্ৰদান কৰে স্কুটী ৷ স্কুটী প্ৰদান অনুষ্ঠানত উপস্থিত থাকে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা ৷

ডিব্ৰুগড়ত জীৱিকা মিছনৰ অধীনত মহিলাক স্কুটী প্ৰদান
ডিব্ৰুগড়ত জীৱিকা মিছনৰ অধীনত মহিলাক স্কুটী প্ৰদান
author img

By

Published : May 31, 2021, 10:50 PM IST

ডিব্ৰুগড়, 31 মে' : ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বৰবৰুৱা চ্যুকাফা ভৱনত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক জীৱিকা মিছনৰ অধীনত স্কুটী প্ৰদান কাৰ্যসূচী ৷ এই কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই ৷

ডিব্ৰুগড়ত জীৱিকা মিছনৰ অধীনত মহিলাক স্কুটী প্ৰদান
ডিব্ৰুগড়ত জীৱিকা মিছনৰ অধীনত মহিলাক স্কুটী প্ৰদান

মন্ত্ৰী বিমল বৰাই বহু কেইগৰাকী মহিলাক প্ৰদান কৰে স্কুটী । জীৱিকা সখীসকলে গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ আত্মসহায়ক গোট গঠন, মহিলা সৱলীকৰণ আৰু মহিলাসকলক স্বাৱলম্বী কৰাৰ যি দায়িত্ব সেই দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ উদ্দেশ্যেৰে স্কুটি প্ৰদান কৰে ৷ ৰাজ্য চৰকাৰ আঁচনি অনুসৰি সোমবাৰে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা আৰু বিভাগীয় বিষয়া সকলৰ উপস্থিতিত জীৱিকা সখীসকলক স্কুটি প্ৰদান কৰে ।

লগতে পঢ়ক : বিদ্যুৎ চুৰি কৰা লোকক নাকী লগাবলৈ প্ৰস্তুত বিমল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.