ETV Bharat / city

কৰ’ণাত আক্ৰান্ত হৈ ডিব্ৰুগড়ত এজনৰ মৃত্যু - assam covid situation

ৰাজ্য়জুৰি অব্য়াহত কৰ’ণাৰ বিভীষিকা ৷ ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত নাজিৰাৰ এগৰাকীৰ ব্যক্তিৰ মৃত্যু ৷

কৰ’ণাত আক্ৰান্ত হৈ ডিব্ৰুগড়ত এজনৰ মৃত্যু

author img

By

Published : May 1, 2021, 12:15 PM IST

ডিব্ৰুগড়, 1 মে' : সমগ্ৰ দেশতে চলিছে কৰ’ণাৰ ভয়াৱহ দ্বিতীয় ঢৌ ৷ শনিবাৰে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত ক'ভিডত আক্ৰান্ত হৈ নাজিৰাৰ এজন ব্যক্তিৰ মৃত্যু হয় ।

ৰহমান উপাধিৰ ব্যক্তিজন নাজিৰা নগৰৰ ৯ নং ৱাৰ্ডৰ বুলি জানিহ পৰা গৈছে ৷ উল্লেখ্য যে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা ব্যক্তিজনৰ বয়স আছিল ৫৩ বছৰ ।

লগতে পঢ়ক : লুইত এৰ' প্ৰডাক্ট পৰিদৰ্শন ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.