ETV Bharat / bharat

মিজোৰামত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 1299 গৰাকীলৈ বৃদ্ধি - ৰেপিড এন্টিজেন্ট

1 মে’লৈ মিজোৰামত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 168 গৰাকীলৈ বৃদ্ধি ৷ মিজোৰামৰ জোৰাম মেডিকেল কলেজত কৰা 658 টা আৰটিপিচিআৰ পৰীক্ষাত, 42 গৰাকী লোকৰ দেহত ক’ভিড 19ৰ অৱস্থিতি ধৰা পৰিছে ৷ স্বাস্থ্য বিভাগে জানিব দিয়া মতে, 2 মে’লৈ মিজোৰামত 1299 গৰাকী লোকৰ দেহত ক’ভিড 19ৰ উপস্থিতি ধৰা পৰিছে ৷

মিজোৰামত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 1299 গৰাকীলৈ বৃদ্ধি

author img

By

Published : May 2, 2021, 5:43 PM IST

মিজোৰাম,2 মে’: 1 মে’লৈ মিজোৰামত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 168 গৰাকীলৈ বৃদ্ধি পাইছে ৷ মিজোৰামৰ জোৰাম মেডিকেল কলেজত কৰা 658 টা আৰটিপিচিআৰ পৰীক্ষাত 42 গৰাকী লোকৰ দেহত ক’ভিড 19 ৰ অৱস্থিতি ধৰা পৰিছে ৷ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত কৰা 171 টা পৰীক্ষাত 7 গৰাকী লোকৰ দেহত ক’ভিড 19ৰ অৱস্থিতি ধৰা পৰে ৷ আনহাতে 1299 টা ৰেপিড এণ্টিজেন পৰীক্ষাত 119 গৰাকী লোক ক’ভিড 19ত আক্ৰান্ত বুলি ধৰা পৰে ৷ ইয়াৰ লগতে লেংপুই বিমানবন্দৰত 12 টা প’জিটিভ ধৰা পৰে ৷

মিজোৰামত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 1299 গৰাকীলৈ বৃদ্ধি
মিজোৰামত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 1299 গৰাকীলৈ বৃদ্ধি

উল্লেখ্য যে, 1 মে’লৈ মিজোৰামত 2128 গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয় ৷ সম্প্ৰতি মিজোৰামত 7.90 শতাংশ কৰ’ণা আক্ৰান্ত ধৰা পৰিছে ৷ এতিয়ালৈ ৰাজ্যখনত 6299 গৰাকী ক’ভিড আক্ৰান্তৰ 4985 গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে 15 গৰাকী ৰোগীৰ মৃত্যু হয় ৷ স্বাস্থ্য বিভাগে জানিব দিয়া মতে, 2 মে’লৈ মিজোৰামত 1299 গৰাকী লোকৰ দেহত ক’ভিড 19 ৰ অৱস্থিতি ধৰা পৰিছে ৷

লগতে পঢ়ক : ওড়িশাত ১৪ দিনৰ বাবে লক ডাউন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.