ETV Bharat / bharat

ৰে’লৰ ডবা সদৃশ বাসগৃহ নিৰ্মাণ অৱসৰপ্ৰাপ্ত ৰে’লৱে কৰ্মচাৰীৰ

author img

By

Published : Nov 6, 2020, 10:55 PM IST

মহাৰাষ্ট্ৰৰ অৱসৰপ্ৰাপ্ত ৰে’লৱে কৰ্মচাৰী ৰোহিদাস চিন্দেই নিজ বাসগৃহটো ৰে’লৰ আকৃতিৰে নিৰ্মাণ কৰে ৷ এই পদক্ষেপেৰে কৰ্মৰ প্ৰতি থকা নিষ্ঠাক স্পষ্টভাৱে অৱলোকন কৰিছে চিন্দেই ৷

retired railway employee builds house like a train
ৰে’লৰ ডবা সদৃশ বাসগৃহ নিৰ্মাণ অৱসৰপ্ৰাপ্ত ৰে’লৱে কৰ্মচাৰীৰ

নিউজ ডেস্ক,6 নৱেম্বৰ : অৱসৰপ্ৰাপ্ত ৰে’লৱে কৰ্মচাৰী মহাৰাষ্ট্ৰৰ নিৱাসী ৰোহিদাস চিন্দেৰ এক ব্যতিক্ৰমী পদক্ষেপ ৷ চাংগলীত ৰে’লৱেত চাকৰি কৰা ৰোহিদাস চিন্দেই অৱসৰ লোৱাৰ পাচতে নিজ বাসগৃহটো ৰে’লৰ আকৃতিৰে নিৰ্মাণ কৰিলে ৷

আৰম্ভণিতে তেওঁৰ ঘৰৰ সমীপত ৰে’ল ৰৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল যদিও ভালদৰে প্ৰত্যক্ষ কৰাৰ পাচতে তেওঁৰ বাসগৃহটো ৰে’লৰ ডবাৰ আৰ্হিত সাজি লোৱাৰ কথা গম পোৱা গৈছে ৷ চিন্দেৰ এই কামে তেওঁৰ কৰ্মৰ প্ৰতি থকা নিষ্ঠাক স্পষ্টভাৱে অৱলোকন কৰিছে ৷

চিন্দেৰ বাবে ৰে’লৱে এক ভগৱান সদৃশ ৷ এই চাকৰিটোৱে তেওঁৰ জীৱনটো গঢ়াত সহজ কৰি তুলিছে ৷ তেওঁ এই ৰেল সদৃশ বাসগৃহটো ‘ৰত্ন ৰোহী’ নামেৰে নামাকৰণ কৰা বুলি জানিবলৈ দিয়ে ৷

ৰে’লৱেৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই চাকৰিটোৱে তেওঁৰ পৰিয়ালক ভৰণ-পোষণ দিয়াৰ লগতে সন্তানৰো পোহ-পাল দিয়াত সহায় কৰিছে ৷

লগতে পঢ়ক : বানাৰাছ হিন্দু বিশ্ববিদ্যালয়ে কাক দিলে 50 হাজাৰ টকাৰ জৰিমণা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.