ETV Bharat / bharat

আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিক ক’ভিড মুক্ত হোৱাৰ কামনা প্ৰধানমন্ত্ৰী মোদীৰ - এলবাৰ্টো ফাৰ্ণাণ্ডেজ

আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি এলবাৰ্টো ফাৰ্ণাণ্ডেজে ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পাচত তেওঁৰ দ্ৰুত আৰোগ্যৰ কামনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

pm-modi-wishes-argentinas-president-speedy-recovery
আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিক ক’ভিড মুক্ত হোৱাৰ কামনা প্ৰধানমন্ত্ৰী মোদীৰ
author img

By

Published : Apr 5, 2021, 10:25 AM IST

নেশ্যনেল ডেস্ক,5 এপ্ৰিল : আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি এলবাৰ্টো ফাৰ্ণাণ্ডেজৰ দ্ৰুত আৰোগ্যৰ কামনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পাচত টুইটাৰযোগে আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

  • My best wishes to President Alberto Fernández of Argentina for a quick recovery from COVID-19. @alferdez

    — Narendra Modi (@narendramodi) April 4, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী মোদীৰ টুইটৰ প্ৰত্যুত্তৰ হিচাপে তেওঁক ধন্যবাদো জ্ঞাপন কৰে ৰাষ্ট্ৰপতি ফাৰ্ণাণ্ডেজে ৷ লগতে তেওঁ একত্ৰিতভাৱে কাম কৰাৰ কথাও উল্লেখ কৰে ৷

  • Mi sincero agradecimiento al señor Primer Ministro de la República de la India @narendramodi por sus buenos deseos en favor de mi pronta recuperación. El mundo entero debe aunar esfuerzos para poder minimizar los efectos de la pandemia. Debemos trabajar juntos para lograrlo. https://t.co/tYgM0xCElt

    — Alberto Fernández (@alferdez) April 4, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

চিএনএনে জনোৱা মতে, ৰাছিয়াৰ দ্বাৰা প্ৰস্তুত কৰা স্পুটনিক ভি ভেকচিন লোৱাৰ দুমাহৰ পাচতে ক’ভিড-19 আক্ৰান্ত হয় আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি গৰাকী ৷ ইয়াৰ পাচতে তেওঁ টুইটেৰে আক্ৰান্তৰ কথা অৱগত কৰে ৷

লগতে পঢ়ক : পৰাজয়ৰ বাবেই 93 সংখ্য়ক নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা ব্যক্তিজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.