ETV Bharat / bharat

দেশবাসীক দিপাৱলীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ শেহতীয়া 'মান কী বাত' কাৰ্য্যসূচীৰ এটা অডিঅ' ক্লিপ টুইট কৰিছিল, য'ত তেওঁ পোহৰৰ উৎসৱত সৈন্যসকলৰ বাবে 'বন্তি' প্ৰজ্বলিত কৰাৰ বাবে নাগৰিকসকলক আহ্বান জনাইছিল ।

Leaders greet nation on occasion of Deepawali
দেশবাসীক দিপাৱলীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
author img

By

Published : Nov 14, 2020, 7:42 PM IST

নিউজ ডেস্ক, 14 নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দিপাৱলী উপলক্ষে জনতাক পোহৰৰ উৎসৱ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ।

"সকলোকে দিপাৱলীৰ শুভেচ্ছা জনালো ! এই উৎসৱে অধিক উজ্জ্বলতা আৰু সুখ কঢ়িয়াই আনক। সকলো সুস্বাস্থ্যকৰ হৈ থাকক," প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয় ৷ শুকুৰবাৰে তেওঁ দেশৰ নাগৰিকসকলক সীমাত দেশক পহৰা দিয়া সৈন্যসকলৰ সন্মানাৰ্থে দিপাৱলীত 'বন্তি' জ্বলাই সেনাক অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায় ।

  • सभी देशवासियों को दीपावली की हार्दिक मंगलकामनाएं।

    Wishing everyone a Happy Diwali! May this festival further brightness and happiness. May everyone be prosperous and healthy.

    — Narendra Modi (@narendramodi) November 14, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ শেহতীয়া 'মন কী বাত' কাৰ্য্যসূচীৰ এটা অডিঅ' ক্লিপ টুইট কৰিছিল, য'ত তেওঁ পোহৰৰ উৎসৱত সৈন্যসকলৰ বাবে 'বন্তি' প্ৰজ্বলিত কৰাৰ বাবে নাগৰিকসকলক আহ্বান জনাইছিল ।

  • यह पर्व हमें मानवता की सेवा की ओर अग्रसर होने के लिए प्रेरित करता है। आइए संकल्‍प करें कि जिस प्रकार एक जलता हुआ दीपक अनेक दीपकों को प्रज्‍ज्‍वलित कर सकता है, उसी प्रकार से हम समाज के निर्धन, बेसहारा और जरूरतमंद लोगों के जीवन में खुशियां बांटते हुए आशा एवं समृद्धि का दीप बनें।

    — President of India (@rashtrapatibhvn) November 14, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

"আমি আমাৰ সাহসী সৈন্যসকলক মনত ৰাখিব লাগিব, যি সকলে এই উৎসৱৰ সময়তো আমাৰ সীমাৰ সুৰক্ষা দি ভাৰত মাতাৰ সেৱা কৰি আছে । আমি প্ৰথমে সেইসকলক মনত পেলাই সন্মান জনোৱাৰ পাছতহে দিপাৱলী উদযাপন কৰিব লাগে । আমি ভাৰত মাতৃৰ এই সাহসী পুত্ৰ আৰু কন্যাৰ বাবে এগছি বন্তি জ্বলাব লাগিব," প্ৰধানমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক: বাৰাণসীত মুছলিম মহিলাৰ শ্ৰীৰাম মহা আৰতী পৰিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.