ETV Bharat / bharat

Haryana doctor eat cow dung: গৰুৰ গোবৰ ভক্ষণৰ Video Viral

author img

By

Published : Nov 20, 2021, 6:27 PM IST

এটি Viral Video আৰু এগৰাকী চিকিৎসক ৷ হাৰিয়ানাৰ এগৰাকী চিকিৎসকে গৰুৰ গোবৰ খোৱা(Haryana doctor eat cow dung) এটি ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে social media ত ৷

Haryana doctor eat cow dung
গৰুৰ গোবৰ ভক্ষণৰ Video Viral

নিউজ ডেস্ক, 20 নৱেম্বৰ : গৰুৰ গোবৰক কেন্দ্ৰ কৰি সময়ে সময়ে বহু বিতৰ্কৰ সূত্ৰপাত ঘটে ৷ হিন্দু ধৰ্মৰ একাংশ তথাকথিত নেতাই গৰুৰ গোবৰৰ গুণাগুণ সম্পৰ্কে বহল ব্যাখ্যা আগবঢ়াই অহা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ এগৰাকী চিকিৎসকে গৰুৰ গোবৰ খোৱা(Haryana doctor eat cow dung)ৰ এটি ভিডিঅ’ ভাইৰেল হৈছে Social media ত ৷ এই দৃশ্যই সম্প্ৰতি চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷

হাৰিয়ানা(Haryana)ৰ এগৰাকী চিকিৎসকে কৰিছে এই কাৰ্য ৷ চিকিৎসকগৰাকী হাৰিয়ানাৰ কৰ্ণোল এলেকাৰ বাসিন্দা ৷ শিশুৰোগ বিশেষজ্ঞ(Child specialist) হিচাপে জনাজাত মনোজ মিট্টাল নামৰ চিকিৎসকগৰাকীয়ে গোবৰৰ উপকাৰিতাৰ বিষয়ে সাধাৰণ লোকক বুজাবলৈ গৈ ইয়াক ভক্ষণ কৰি এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল ৷

ভিডিঅ’টোত উল্লেখ কৰা অনুসৰি, চিকিৎসকগৰাকীৰ পিতৃ-মাতৃয়েও গোবৰ ভক্ষণ কৰে ৷ ইয়াৰ পিছতে ভিডিঅ’টি ভাইৰেল(Video Viral) হৈ পৰে ছ’চিয়েল মিডিয়াত (ভিডিঅ’টিৰ উৎস হাৰিয়ানাৰ এটি টুইটাৰ পেজ) ৷

লগতে চাওক: Andhra Pradesh Rain : অন্ধ্ৰপ্ৰদেশত ধাৰাসাৰ বৰষুণৰ বিধ্বংসী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.