ETV Bharat / bharat

Daily Horoscope for 2nd July: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Jul 2, 2022, 5:31 AM IST

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-2nd-july
আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: নিজৰ যত্ন লওক ৷ মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ পিতৃ-মাতৃৰ শৰীৰৰ বাবে চিন্তাত থাকিব ৷ নিজৰ সমস্যাবোৰ আনৰ আগত নক’ব ৷ গাড়ী লাহে লাহে চলাব ৷ পানীৰ পৰা অলপ আঁতৰত থাকিব ৷ সফলতা লাভ কৰিব ৷

বৃষ ৰাশি: ভাগ্য ভাল ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰিয়জনক উপহাৰ দিব পাৰে ৷

মিথুন ৰাশি: এটা গতানুগতিক দিন ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ ভাগৰ অনুভৱ কৰিব ৷ দিনৰ প্ৰথম ভাগত কামত বাধাৰ সৃষ্টি হ’ব ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ সৌভাগ্যৱান হ’ব ৷ বিশ্বাস ৰাখিলে কামত উন্নতি কৰিব পাৰিব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত সময় কটাব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

সিংহ ৰাশি: আনৰ কথাত বেছি মন নিদিব ৷ কাৰো ওপৰত খং নকৰিব ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক ৷ আইন সংক্ৰান্তীয় কামৰ পৰা আঁতৰত থাকক ৷ খৰচ বাঢ়িব ৷ ধ্যান কৰি মনক শান্ত কৰিব পাৰিব ৷

কন্যা ৰাশি: দিনটো আশাবোৰ পূৰণ হ’ব ৷ সফলতা লাভ কৰিব ৷ পৰিয়াল বা বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব ৷ লাভ বৃদ্ধি ৷

তুলা ৰাশি: সৌভাগ্যৱান হ’ব ৷ সফল হ’ব ৷ কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব ৷ চৰকাৰী কামত সফল হ’ব ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি: সফলতা লাভ কৰিব ৷ এলাহ অনুভৱ কৰিব পাৰে ৷ ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব ৷ সন্তানৰ লগত কৰা তৰ্কই মনত আঘাত দিব ৷

ধনু ৰাশি: দুখ আৰু ভাবুকতাই আকস্মিকভাৱে ক্ৰিয়া কৰিব ৷ খৰচ বাঢ়িব, যিয়ে খং বঢ়াব ৷ ধ্যান কৰি মনক শান্ত কৰক ৷ আইন সংক্ৰান্তীয় কামৰ পৰা আঁতৰত থাকক ৷

মকৰ ৰাশি: সৌভাগ্যৱান হ’ব ৷ ধনাগমন আৰু জমাৰ বাবে উত্তম সময় ৷ ব্যৱসায়ত উন্নতি হ’ব ৷ উপাৰ্জন বৃদ্ধি হ’ব ৷ ব্যৱসায়ত শুভ ৷ ভ্ৰমণত শুভ ৷

কুম্ভ ৰাশি: শুভ দিন ৷ কামত উন্নতি হ’ব ৷ ঘৰুৱা পৰিৱেশ ভাল হ’ব ৷ শৰীৰ ভালে থাকিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷

মীন ৰাশি: সফল হ’ব ৷ প্ৰতিভা বিকাশৰ সুযোগ পাব ৷ শিক্ষাৰ্থীৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ চৰকাৰী কামত সফল হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.