ETV Bharat / bharat

Daily Horoscope for 29th November: আজিৰ দিনটোৰ ৰাশিফল - জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ দিনটোৰ ৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

Daily Horoscope for 29th November 2022
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Nov 29, 2022, 9:46 AM IST

মেষ ৰাশি: সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি: দিনটো বৰ ভাল নাযাব ৷ সকলো ধৰণৰ দুশ্চিন্তাই আগুৰি ধৰিব ৷ শাৰীৰিক সমস্যাত ভুগিব পাৰে ৷ প্ৰিয়জনৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে ৷ ব্যয় বৃদ্ধি ৷ বিশৃংখল পৰিস্থিতিক এৰাই চলিবলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি ল’ব ৷

মিথুন ৰাশি: খং-ৰাগে কৰ্মজীৱনত প্ৰভাৱ পেলাব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহ দিয়া, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ আনক বিচাৰ নকৰিব ৷

কৰ্কট ৰাশি: নতুন দায়িত্ব লাভ কৰিব ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ প্ৰেমত শুভ ৷

সিংহ ৰাশি: মানসিক আৰু আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ কাৰো আগত মনৰ দুশ্চিন্তা প্ৰকাশ নকৰিব ৷ প্ৰেমত শুভ ৷ বিচাৰধাৰা উন্নত হʼব ৷

কন্যা ৰাশি: ভয়, নিৰাপত্তাহীন আৰু অনিশ্চয়তাৰে দিনটো পাৰ হ’ব ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ কৰিব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷

তুলা ৰাশি: টকা জমা ৰখাৰ পৰিকল্পনা কৰিব পাৰিলে লাভৱান হ’ব ৷ সন্তানৰ সাফল্যই আনন্দ দিব ৷ কৰ্মজীৱনত ভাল পদোন্নতি লাভ কৰিব ৷ দৰমহা বৃদ্ধি ৷

বৃশ্চিক ৰাশি: সৰু-সুৰা দুৰ্বলতাবোৰক লৈ বাদ-বিবাদ আৰম্ভ হʼব পাৰে ৷ সেয়ে খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব ৷ পৰৰ্চচা কৰাৰপৰা আঁতৰি থাকিব ৷ সন্ধিয়া প্ৰায় ভাল হʼব ৷

ধনু ৰাশি: সাৱধানতা অৱলম্বন কৰিব ৷ কোনো পুৰণি কাৰ্য সম্পন্ন হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ ভ্ৰমণত শুভ ৷

মকৰ ৰাশি: কর্ম ব্যস্ততাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ কৰিব ৷ মানসিক আৰু আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷

কুম্ভ ৰাশি: নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চাৰ পৰা আঁতৰত থাকিব ৷ সফল হʼব ৷ ধৈৰ্য্যশীল হৈ কাম কৰিলে লাভৱান হ’ব পাৰে ৷

মীন ৰাশি: হঠাৎ ধনৰ আগমণ ঘটিব পাৰে ৷ সন্তানৰ বিষয়ত ভাল খবৰ আহিব পাৰে ৷ পুৰণি বন্ধুক লগ পাব ৷ সামাজিক কাৰণত ভ্ৰমণৰ যোগ ৷ প্ৰিয়জনৰ সৈতে কোনো ঠাই ভ্ৰমণ কৰিব পাৰে ৷ ফুৰ্তি কৰক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.