মেষ ৰাশি : দিনটো প্ৰায় শুভ ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব পাৰে ৷ মন পচন্দ কাৰ্যই আনন্দিত কৰি তুলিব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
বৃষ ৰাশি : দিনটো শুভ ৷ অৱশ্যে প্ৰত্যাহ্বানৰ সম্মুখীন হʼব পাৰে ৷ গ্ৰহৰ স্থান শুভ ৷ ভাগ্য ভাল ৷
মিথুন ৰাশি : আবেগিক নিয়ন্ত্ৰণ কৰক ৷ ছোৱালীৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে ৷
কৰ্কট ৰাশি : কর্মৰ প্ৰবল হেঁচাৰ সন্মুখীন হ’ব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ খৰচ বৃদ্ধি ৷
সিংহ ৰাশি : দিনটো কিছু কঠিন দিন হʼব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্ম জীৱনত পৰিব ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷
কন্যা ৰাশি : দিনটো শুব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷ লক্ষ্যত সফল ৷ বিবাহৰ সংযোগ ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷
তুলা ৰাশি : দিনটো কিছু কঠিন হ’ব পাৰে ৷ যুক্তিৰে সকলো কথা চিন্তা কৰক ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ বন্ধুৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ প্ৰেমত মধ্যমীয়া ৷
বৃশ্চিক ৰাশি : দিনটো প্ৰায় শুভ ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷
ধনু ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ সন্তানৰ যতন লওক ৷
মকৰ ৰাশি : বিবাহৰ যোগ ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷ প্ৰেমত শুভ ৷ যুক্তিৰে সকলো কাম সম্পন্ন কৰক ৷
কুম্ভ ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ কৰ্ম কৰক ৷ লক্ষ্যত সফল ৷
মীন ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে প্ৰেমত শুভ ৷ নিজৰ ওপৰত ভাৰসা ৰাখক ৷